• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি আৰম্ভ হৈছে আছুৰ ১০ ঘন্টীয়া অনশন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2019 10:09 am
Rangia

বিধেয়ক বাতিলৰ দাবীত ৰঙিয়াত সোমবাৰে পুৱাৰে পৰা আছুৰ কৰ্মীসকলে ১০ ঘন্টীয়া অনশন আৰম্ভ কৰে।

1.3k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সদস্যসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা ৰাজ্যজুৰি ১০ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে।

আছুৰ কৰ্মীসকলে ৰাতিপুৱাৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰসমূহত অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে। আছুৰ কৰ্মীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দি জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী জনায়।

মহানগৰীৰৰ দীঘলীপুখুৰীৰ পাৰত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ উদ্যোগত বিধেয়ক বাতিলৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। সেইদৰে ৰঙিয়াতো আছুৰ কৰ্মীয়ে ১০ ঘন্টীয়া অনশনত বহিছে। ৰঙিয়াৰ আছু কৰ্মীসকলে বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁক জাতীয় শত্ৰু হিচাপে অবিহিত কৰে।

আনহাতে, আছুৰ এই ১০ ঘন্টীয়া অনশন কাৰ্যসূচী শিৱসাগৰতো আৰম্ভ কৰা হৈছে। ৰাতিপুৱা ৬ বজাৰ পৰা বিধেয়ক বাতিলৰ দাবীত ঢেকিয়াজুলিতো আছুৰ কৰ্মীয়ে অনশনত বহিছে।

আনহাতে, নৰ্থ ইষ্ট ষ্টুডেন্টছ অ’ৰ্গেনাইজেশ্যন (নেছ’)ৰ  প্ৰতিনিধিয়ে বিধেয়কখনৰ বিৰোধিতাৰ দাবীৰে সাংসদ তথা বিৰোধী দলৰ নেতাসকলৰ সাক্ষাৎ কৰিছে। নেছ’ৰ সদস্যসকলে দেওবাৰে নতুন দিল্লীত কেইবাজনো ৰাজনৈতিক নেতাক সাক্ষাৎ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিলে তাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত ইতিমধ্যে গৃহীত কৰা হৈছে যদিও বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’বলৈ বাকী আছে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd