• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা (স্বাঃ)ৰ বিৰুদ্ধে কঠোৰ বাৰ্মিজ আৰ্মি, নাগা বিদ্ৰোহীলৈ সুকীয়া শিবিৰ

আং গি by আং গি
February 6, 2019 10:51 pm
tatmadaw

তাতমাদাও ত্ৰুপৰ প্ৰতীকী ছবি। সৌজন্য-- theirrawaddy.com

2.2k
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বাধীন)ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ বিপৰীতে এন এচ চি এন-কেৰ বিদ্ৰোহীৰ বাবে ভাৰতৰ নাগালেণ্ডত থকাৰ দৰে দেজিগনে’তেদ কেম্প মুকলিৰ পৰিকল্পনা কৰিছে বাৰ্মিজ আৰ্মি (স্থানীয়ভাৱে তাতমাদাও)এ।

বাৰ্মিজ আৰ্মিৰ বিষয়াই স্থানীয় সাংবাদিকক জনোৱা মতে উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহীসকল যিহেতু ম্যানমাৰৰ নহয় আৰু তেওঁলোকে অবৈধভাৱে দেশখনত বাস কৰি আছে, গতিকে তেওঁলোকক বলপূৰ্বক উচ্ছেদ কৰিবলৈ তাতামাদাও বদ্ধপৰিকৰ।

লগতে পঢ়ক– বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয়

তা গা বে’ছৰ সমীপতে থকা আলফা (স্বাঃ) শিবিৰত তাতমাদাও-এ কৰা আক্ৰমণত এজন গেৰিলা নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।

নাগা স্বায়ত্তশাসিত এলেকাৰ সূত্ৰ অনুসৰি তা গাত তাতমাদাও-এ অভিযান অব্যাহত ৰখাৰ ফলত আলফা (স্বাঃ)কে ধৰি উত্তৰ-পূবৰ আন বিদ্ৰোহীসকলে পলায়নৰ চেষ্টা কৰিছে।

তাতমাদাও-ৰ শীৰ্ষ বিষয়াৰ মতে তা গাস্থিত এন এচ চি এন-কেৰ মূল ঘাটিৰ লগতে সংগঠনটোৰ অন্যান্য শিবিৰসমূহৰ শীঘ্ৰে অৱসান ঘটোৱা হ’ব আৰু সশস্ত্ৰ বিদ্ৰোহীসকলক ৰখাৰ বাবে দেজিগনে’তেদ কেম্পৰ ব্যৱস্থা কৰা হ’ব।

লগতে পঢ়ক– এন এচ চি এন-কে মুখ্যালয় দখলৰ পিছত ম্যানমাৰত কেনে আছে আলফা (স্বাঃ)?

খবৰ মতে তাতমাদাও-এ কেম্পসমূহত প্ৰি ফেব্ৰিকে’তেদ হাওজিং মে’তেৰিএল ব্যৱহাৰ কৰিব।

বিনাযুদ্ধে মুখ্য কাৰ্য্যালয় দখলৰ পিছত তাতমাদাও-এ বৰ্তমান খাপলাং গোটৰ শক্তি আৰু অস্ত্ৰ সামৰ্থ্যৰ বুজ লৈ আছে। বিদ্ৰোহীসকলে অস্ত্ৰ সমৰ্পণ নকৰে কিন্তু ইয়াৰ সম্পূৰ্ণ তথ্য তেওঁলোকে আৰ্মিক দাখিল কৰিব লাগিব।

ভাৰতৰ সৈতে ২০১৫ চনতে যুদ্ধবিৰতি ভংগ কৰা সত্ত্বেও ম্যানমাৰ চৰকাৰৰ সৈতে ২০১২ চনৰ পৰা থকা চুক্তি মানি চলিছিল এন এচ চি এন-কেই।

চুক্তিৰ স্বাৰ্থতে তা গা বে’ছলৈ আগ বাঢ়ি অহা তাতমাদাও-ৰ সৈতে মুখামুখি হোৱাৰ পৰা বিৰত থকা বুলি খাপলাঙৰ শীৰ্ষ নেতৃত্বই মন্তব্য কৰিছিল।

তা গাৰ ভিতৰুৱা অঞ্চলসমূহত অভিযান চলোৱাৰ বাবে শীতকালেই উপযুক্ত সময়।

ভাৰতবিৰোধী কাৰ্য্যকলাপৰ বাবে ম্যানমাৰ ভূমি ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি তাতমাদাও-ৰ কমাণ্ডাৰসকলে ইতিমধ্যেই ভাৰতীয় সেনা বিষয়াক প্ৰতিশ্ৰুতি দিছে।

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী আৰু অন্যান্য কম্বেত আৰু নন-কম্বেত ভূমিকাত ভাৰতে বাৰ্মিজ বিষয়াসকলক প্ৰশিক্ষণ দিবলৈ লোৱাৰ পৰা দুয়ো দেশৰ মাজত সহযোগিতামূলক মিলিটেৰি সম্পৰ্ক বৃদ্ধি পাইছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd