• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ)ৰ বিৰুদ্ধে কঠোৰ বাৰ্মিজ আৰ্মি, নাগা বিদ্ৰোহীলৈ সুকীয়া শিবিৰ

আং গি by আং গি
February 6, 2019 10:51 pm
tatmadaw

তাতমাদাও ত্ৰুপৰ প্ৰতীকী ছবি। সৌজন্য-- theirrawaddy.com

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বাধীন)ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ বিপৰীতে এন এচ চি এন-কেৰ বিদ্ৰোহীৰ বাবে ভাৰতৰ নাগালেণ্ডত থকাৰ দৰে দেজিগনে’তেদ কেম্প মুকলিৰ পৰিকল্পনা কৰিছে বাৰ্মিজ আৰ্মি (স্থানীয়ভাৱে তাতমাদাও)এ।

বাৰ্মিজ আৰ্মিৰ বিষয়াই স্থানীয় সাংবাদিকক জনোৱা মতে উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহীসকল যিহেতু ম্যানমাৰৰ নহয় আৰু তেওঁলোকে অবৈধভাৱে দেশখনত বাস কৰি আছে, গতিকে তেওঁলোকক বলপূৰ্বক উচ্ছেদ কৰিবলৈ তাতামাদাও বদ্ধপৰিকৰ।

Apply Now

লগতে পঢ়ক– বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয়

তা গা বে’ছৰ সমীপতে থকা আলফা (স্বাঃ) শিবিৰত তাতমাদাও-এ কৰা আক্ৰমণত এজন গেৰিলা নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।

নাগা স্বায়ত্তশাসিত এলেকাৰ সূত্ৰ অনুসৰি তা গাত তাতমাদাও-এ অভিযান অব্যাহত ৰখাৰ ফলত আলফা (স্বাঃ)কে ধৰি উত্তৰ-পূবৰ আন বিদ্ৰোহীসকলে পলায়নৰ চেষ্টা কৰিছে।

তাতমাদাও-ৰ শীৰ্ষ বিষয়াৰ মতে তা গাস্থিত এন এচ চি এন-কেৰ মূল ঘাটিৰ লগতে সংগঠনটোৰ অন্যান্য শিবিৰসমূহৰ শীঘ্ৰে অৱসান ঘটোৱা হ’ব আৰু সশস্ত্ৰ বিদ্ৰোহীসকলক ৰখাৰ বাবে দেজিগনে’তেদ কেম্পৰ ব্যৱস্থা কৰা হ’ব।

লগতে পঢ়ক– এন এচ চি এন-কে মুখ্যালয় দখলৰ পিছত ম্যানমাৰত কেনে আছে আলফা (স্বাঃ)?

খবৰ মতে তাতমাদাও-এ কেম্পসমূহত প্ৰি ফেব্ৰিকে’তেদ হাওজিং মে’তেৰিএল ব্যৱহাৰ কৰিব।

বিনাযুদ্ধে মুখ্য কাৰ্য্যালয় দখলৰ পিছত তাতমাদাও-এ বৰ্তমান খাপলাং গোটৰ শক্তি আৰু অস্ত্ৰ সামৰ্থ্যৰ বুজ লৈ আছে। বিদ্ৰোহীসকলে অস্ত্ৰ সমৰ্পণ নকৰে কিন্তু ইয়াৰ সম্পূৰ্ণ তথ্য তেওঁলোকে আৰ্মিক দাখিল কৰিব লাগিব।

ভাৰতৰ সৈতে ২০১৫ চনতে যুদ্ধবিৰতি ভংগ কৰা সত্ত্বেও ম্যানমাৰ চৰকাৰৰ সৈতে ২০১২ চনৰ পৰা থকা চুক্তি মানি চলিছিল এন এচ চি এন-কেই।

চুক্তিৰ স্বাৰ্থতে তা গা বে’ছলৈ আগ বাঢ়ি অহা তাতমাদাও-ৰ সৈতে মুখামুখি হোৱাৰ পৰা বিৰত থকা বুলি খাপলাঙৰ শীৰ্ষ নেতৃত্বই মন্তব্য কৰিছিল।

তা গাৰ ভিতৰুৱা অঞ্চলসমূহত অভিযান চলোৱাৰ বাবে শীতকালেই উপযুক্ত সময়।

ভাৰতবিৰোধী কাৰ্য্যকলাপৰ বাবে ম্যানমাৰ ভূমি ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি তাতমাদাও-ৰ কমাণ্ডাৰসকলে ইতিমধ্যেই ভাৰতীয় সেনা বিষয়াক প্ৰতিশ্ৰুতি দিছে।

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী আৰু অন্যান্য কম্বেত আৰু নন-কম্বেত ভূমিকাত ভাৰতে বাৰ্মিজ বিষয়াসকলক প্ৰশিক্ষণ দিবলৈ লোৱাৰ পৰা দুয়ো দেশৰ মাজত সহযোগিতামূলক মিলিটেৰি সম্পৰ্ক বৃদ্ধি পাইছে।

আং গি

আং গি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd