• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আশাৰ ৰেঙণি

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
January 12, 2018 10:13 am
শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে 'সঁহাৰি' আঁচনিয়ে

শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে 'সঁহাৰি' আঁচনিয়ে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে আকৌ এবাৰ তেওঁৰ ব্যতিক্ৰমী চিন্তাৰ প্ৰমাণ দাঙি ধৰিলে। এক অগতানুগতিক ধাৰণাৰে শৌচাগাৰ নোহোৱা সকলৰ বাবে ‘শৌচাগাৰ দান’ কৰাৰ বাবে ৰাইজক আহ্বান জনোৱাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতেই এইবাৰ তেওঁ ৰাইজৰ পৰা অতিৰিক্ত ধন আহৰণৰ ব্যৱস্থাৰে শাৰীৰিকভাৱে অক্ষমসকলক সহায়ৰ বাবে ‘সঁহাৰি’ নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে।

জিলাখনৰ ৰাইজক শৌচাগাৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ প্ৰকল্পটো উপায়ুক্তগৰাকীৰ সম্পূৰ্ণ নিজা আছিল যদিও তেওঁ বৰ্তমান গ্ৰহণ কৰা ‘সঁহাৰি’ হৈছে চৰকাৰী আঁচনি।

Apply Now

মিট্টালে এইবাৰ ৭.৫ লাখ টকা ৰাইজৰ পৰা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে আৰু সমগ্ৰ জিলাখনৰ ৩০০০ কৈয়ো অধিক শাৰীৰিকভাৱে অক্ষম ব্যক্তিক তেওঁলোকৰ অভিভাৱক তথা সহায়কৰ সৈতে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা হাস্পাতলত চিকিৎসাৰ বাবে অনা হয় আৰু লগতে শাৰীৰিকভাৱে অক্ষম হিচাপে পঞ্জীয়ন কৰা হয়।

জিলা প্ৰশাসনে গোটেই অনুশীলনটোক ‘এক আশাৰ ৰেঙণি’ (A Ray of Hope) নামৰ এখন তথ্যচিত্ৰত আৱদ্ধ কৰিছে। এই তথ্যচিত্ৰখন বৃহস্পতিবাৰে ইউ টিউবত আপলোড কৰা হৈছে আৰু ইয়াৰ লিংকটো হৈছে  https://youtu.be/5Y78-jHQy-g.

এক আশাৰ ৰেঙণি তথ্যচিত্ৰখন আকৰ্ষণীয়ভাৱে আৰম্ভ কৰা হৈছে ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু আৱহ সংগীত ৰূপে বজাই ৰখা হৈছে তেওঁৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক বিখ্যাত গীতটো।

দহ মিনিটৰ এই তথ্যচিত্ৰখনৰ বিষয়ে আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে সাধাৰণতে হোৱাৰ দৰে এইখন চৰকাৰী প্ৰচাৰমূলক তথ্যচিত্ৰ নহয়। ইয়াত আঁচনিখন সফল কৰি তোলাত সহায় কৰা দাতাসকল, প্ৰতিবন্ধীসকল, চিকিৎসক আৰু প্ৰশাসনীয় ব্যৱস্থাটো, সকলোকে সমানভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে।

মিট্টালে প্ৰকাশ কৰা অনুসৰি বিভিন্ন ব্যক্তিগত, বেচৰকাৰী সংস্থা, প্ৰতিষ্ঠান তথা ৰাইজৰ সম্পৰ্ণ সহযোগত প্ৰথমবাৰৰ বাবে ২৪ দিনীয়া শিৱিৰ অনুষ্ঠিত কৰা হৈছিল।

শিৱিৰত ৮০০০ লোকে যোগদান কৰিছিল আৰু গাইপতি ১০০ টকা হিচাপত ৭.৫ লাখ টকা সংগ্ৰহ কৰা হৈছে। ৩৬৯৭ জনক পৰীক্ষা কৰি ইয়াৰে ৩০৩৭ জনক শাৰীৰিকভাৱে অক্ষমৰ প্ৰমানপত্ৰ প্ৰদান কৰা হৈছে যাতে তেওঁলোকে চৰকাৰী আঁচনিৰ সা-সুবিধাসমূহ লাভ কৰিব পাৰে।

 

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd