• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্লে-অফত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে আজি মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে যুঁজিব নৰ্থ-ইষ্ট য়ুনাইটেড

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2019 3:49 pm
NorthEastUnited-

ফাইল ফটো

643
VIEWS
Share on FacebookShare on Twitter

প্ৰত্যাহ্বান কঠিন হ’লেও প্লে-অফৰ লক্ষ্য লৈয়ে আজি খেলপথাৰত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি। পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে আজি মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব।

আই এছ এলৰ বিগত সংস্কৰণ সমূহৰ তুলনাত চলিত বৰ্ষত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্টে প্লে-অফলৈ যোগ্যতা অৰ্জন কৰিবলৈ হ’লে যিকোনো বিনিময়তে আজিৰ মেচখনৰ লগতে বাকী থকা মেচ কেইখনৰ পৰাও পইণ্ট সংগ্ৰহ কৰিব লাগিব।

উল্লেখ্য যে ১৫খন মেচৰ পৰা নৰ্থ-ইষ্ট য়ুনাইটেডে ২৪ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে যদিও দলটোক প্লে-অফৰ পৰা বাহিৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা আগবঢ়াই আছে তালিকাৰ পঞ্চম স্থানত থকা জামছেদপুৰ এফ চিয়ে।

জামছেদপুৰ এফ চিয়েও সম সংখ্যক মেচ খেলি এই পৰ্যন্ত সংগ্ৰহ কৰিছে ২৩ পইণ্ট। নৰ্থ-ইষ্ট য়ুনাইটেডতকৈ ১ পইণ্ট পিছ পৰি থাকিলেও গ’ল পাৰ্থক্যত আগবাঢ়ি আছে জামছেদপুৰ এফ চি।

নক আউটত প্ৰৱেশ কৰিবলৈ নৰ্থ-ইষ্ট য়ুনাইটেডৰ হাতত আছে মাত্ৰ তিনিখন মেচ। ইয়াৰে এখন আজি অনুষ্ঠিত হ’ব মুম্বাইত। সেয়ে কোনো ভুল নকৰাকৈয়ে আজিৰ মেচৰ পৰা পইণ্ট সংগ্ৰহ কৰিবলৈ আলহী দল নৰ্থ-ইষ্ট য়ুনাইটেডে সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাব বুলি প্ৰশিক্ষক এলকো স্কেট’ৰিয়ে কয়।

ইফালে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকিলেও নক আউটলৈ পথ মসৃণ নহয় মুম্বাই চিটি এফ চিৰ। সেয়ে ঘৰুৱা দলটোৱেও আজিৰ মেচখন জয়ী হৈ প্লে-অফত স্থান সুৰক্ষিত কৰাৰ চেষ্টা চলাব।

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd