• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী মুছলমানৰ মানৱীয় মৰ্য্যাদাৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2019 10:10 pm
One ‘tola’ Gold scheme will reduce Talaq, divorce: Himanta Biswa

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলমানসকল (পঢ়ক অসমত থকা বাংলাদেশমূলীয় মুছলমান)ৰ সৈতে মানৱীয় ব্যৱহাৰ কৰাত মোৰ কোনো সমস্যা নাই, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

নাগৰিকত্ব বিধেয়ক ৰাজ্যসভাত উত্থাপিত নোহোৱাক লৈ সৰ্বত্ৰ চৰ্চাৰ মাজত মুখ্য মন্ত্ৰী সোণোৱালৰ নীৰৱতাৰ বিপৰীতে বিষয়টোৰ মোকাবিলা কৰি মন্ত্ৰী শৰ্মাই কৰিছে এই মন্তব্য।

“(বাংলাদেশৰ পৰা অহা) মুছলমানসকল মূলতঃ অৰ্থনৈতিক অনুপ্ৰৱেশকাৰী। তেওঁলোকৰ সৈতেও মানৱীয়ভাৱে ব্যৱহাৰ কৰক, তাত মোৰ কোনো সমস্যা নাই। তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাহিৰ হওক, তেওঁলোকক ৰাষ্ট্ৰহীন নাগৰিকৰ মান দিয়ক, তেওঁলোকক সম্পত্তিৰ অধিকাৰৰ পৰা বাহিৰত ৰাখক; কিন্তু স্বাস্থ্য আৰু শিক্ষা তেওঁলোকেও পাওক,” শেহতীয়াকৈ “জিন্না” বিতৰ্কৰ সৃষ্টি কৰা শৰ্মাৰ ইণ্ডিয়া তুদে’-ৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্তব্য।

বিধেয়ক আৰু এন আৰ চিৰ যোগেদি বিদেশী চিনাক্তকৰণ— এই দুয়োটা “সংঘাতপূৰ্ণ ধাৰণা” নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিদেশীৰ এই শ্ৰেণীবিভাজন কৰিছে শৰ্মাই।

শৰ্মাৰ মতে অসমত থকা বাংলাদেশী হিন্দুসকল “ধৰ্মীয়ভাৱে নিপীড়িত অনুপ্ৰৱেশকাৰী” আৰু তেওঁলোক অসমীয়া পৰিচয়ৰ প্ৰতি ভাবুকি নহয়, কিন্তু বংগীয় মুছলমানে “ৰাজনৈতিক ক্ষমতা” কব্জা কৰিব খোজে।

“প্ৰত্যেক মুছলমান নহয়, কিন্তু বাংলাদেশৰ পৰা অহা মুছলমানসকলে অসমৰ ৰাজনৈতিক ক্ষমতা নিয়ন্ত্ৰণ কৰিব খোজে। বাংলাদেশী হিন্দুসকলৰ সেই ‘জ’শ’টো নাই,” শৰ্মাৰ মন্তব্য। পূৰ্বৰ বহুচৰ্চিত ফৰ্মুলা দোহাৰি মন্ত্ৰীজনে কয় হিন্দু আহিলে “আমাৰ অসমীয়া আৰু হিন্দু পৰিচয়” মজবুত হ’ব।

আজ তক-ৰ টুইট

असम के वित्त मंत्री और NEDA के कन्वीनर @himantabiswa ने किया नागरिकता संशोधन विधेयक का समर्थन। कहा- 'हिन्दू अगर हिंदुस्तान नहीं आएंगे तो कहाँ जायेंगे?' कानून के विरोध पर ममता बनर्जी को भी लिया आड़े हाथों। #ReporterDiary (@manogyaloiwal)
अन्य वीडियो- https://t.co/mf6keLEwEb pic.twitter.com/lwbmmedbuo

— AajTak (@aajtak) February 13, 2019

বাংলাদেশী মুছলমানে অসমৰ খিলঞ্জীয়া মুছলমানৰ সংস্কৃতিকো ধ্বংস কৰিব খোজে, শৰ্মাৰ মন্তব্য।

আনহাতে বিধেয়কখন গান্ধী-নেহৰুৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি”ৰ ফল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত “মুছলমান”সকলৰ কথা কোৱা হোৱা নাই, কাৰণ চুবুৰীয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশকেইখনত একে ধৰ্মৰ লোক “ধৰ্মীয় নিপীড়ণ”ৰ বলি হোৱাতো অপ্ৰাসংগিক।

বিধেয়কখনত কিন্তু “ধৰ্মীয় নিপীড়ণ” প্ৰসংগ অনুপস্থিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd