• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছেবাৰ যোৰহাট আৰু শিলচৰ মাণ্ডলিক কাৰ্য্যালয় বন্ধৰ সিদ্ধান্তৰ বিৰোধিতা এছ এফ আইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 2:12 pm
ছেবাৰ গুৱাহাটী কাৰ্য্যলয়ৰ আলোকচিত্ৰ

ছেবাৰ গুৱাহাটী কাৰ্য্যলয়ৰ আলোকচিত্ৰ

450
VIEWS
Share on FacebookShare on Twitter

ছেবাৰ যোৰহাট আৰু শিলচৰ মাণ্ডলিক কাৰ্য্যালয় দুটা বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে এছ এফ আইৰ অসম ৰাজ্যিক শাখাই। এই সিদ্ধান্তক ছেবাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহক ধ্বংসৰ আখৰা বুলি  কৈ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

ছেবাই ৬ ফেব্ৰুৱাৰিত প্ৰকাশ কৰা এখন জাননী যোগে ২০১৫ চনত স্থাপন হোৱা কাৰ্য্যালয় দুটা বন্ধ কৰা হ’ব বুলি অৱগত কৰিছিল।

কংগ্ৰেছ আৰু বিজেপিৰ কোনো দলৰ চৰকাৰে কাৰ্য্যালয় দুটা উন্নয়নৰ বাবে গুৰুত্ব আৰোপ নকৰিলে বুলি সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰি ছেবাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে এছ এফ আয়ে।

উল্লেখযোগ্য যে, ছেবাৰ কাম-কাজসমূহ নিয়াৰিকৈ চলোৱাৰ বাবে ৰাজ্য চৰকাৰে ২০১২ আৰু ২০১৩ চনত ছেবাৰ উন্নতিৰ বাবে শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা নামৰ আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্যৰ পাঁচটা স্থানত মাণ্ডলিক কাৰ্য্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

কিন্তু দুখজনকভাবে পাঁচটা কাৰ্য্যালয় দূৰৰে কথা স্থাপন হোৱা দুটা কাৰ্য্যালয়ো অনুদানৰ অভাৱত বন্ধ কৰাৰ বাবে জাননী জাৰি কৰিব লগীয়া হ’ল। চৰকাৰৰ ছেবাৰ প্ৰতি এনে উদাসীনতা ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহ ধ্বংসৰহে ষড়যন্ত্ৰ বুলি এছ এফ আয়ে অভিযোগ কৰে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd