• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ জোৱান নিহতক লৈ উৰা-বাতৰিত ভাৰাক্ৰান্ত ছ’চিয়েল মিডিয়া; জীয়াই থকা বুলি স্পষ্টীকৰণ জোৱানৰ

সত্যতা পৰীক্ষা নকৰা বাতৰিৰে বিভ্ৰান্তিৰ সৃষ্টি; চহিদ সজাই প্ৰণাম জনালে জীৱিত জোৱানৰ ফটোত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 1:39 pm
Mizang Basumatary and Pabitra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু আৰু কাশ্মীৰৰ ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান নিহতক লৈ উৰা-বাতৰিয়ে ভাৰাক্ৰান্ত কৰি তুলিছে মৃত্যু হোৱা বুলি প্ৰচাৰিত অথচ জীৱিত অসমৰ জোৱানকেইজনক। লগতে এইবোৰ বিশ্বাসযোগ্যতা পৰীক্ষা নকৰাকৈ এৰি দিয়া বাতৰিয়ে তেওঁলোকৰ পৰিয়াল আৰু সামগ্ৰিকভাৱে অসমৰ ৰাইজকো বিভ্ৰান্ত কৰিছে।

১৪ ফেব্ৰুৱাৰিত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণটোৰ পিছত ম’বাইল ছুইচ্ছ অফ হৈ থকা কাৰণেই পবিত্ৰ বৰ্মন নামৰ এজন জোৱানক ঘটনাটোত মৃত্যু হোৱা বুলি ধৰি লৈ লৰালৰিকৈ বাতৰি পৰিৱেশন কৰিছিল অসমৰ কিছু সংখ্যক সংবাদ মাধ্যমে। এই কথা জানিব পাৰি পবিত্ৰ বৰ্মনে ৰাতিলৈ নিজৰ ফেচবুকত ষ্টেটাছ দি জনায় যে তেওঁ জীয়াই আছে।

Apply Now

পবিত্ৰ বৰ্মনৰ উপৰি মিজাং বসুমতাৰী নামৰ আন এজন জোৱানো নিহত হোৱা বুলি বাতৰি দিয়ে একাংশ সংবাদ মাধ্যমে। তেওঁৰ ফটো দি ফেচবুকত চহিদ ঘোষণাৰে প্ৰণামো যাচে।

পিছে আজি এটা ফেচবুক ষ্টেটাছত ইয়াক ফেক নিউজ বুলি জানিবলৈ দিয়ে মিজাঙে। প্ৰকৃততে বিস্ফোৰিত গাড়ীখনত থকা জোৱানসকলৰ নামৰ তালিকাখনত এম বসুমতাৰী নামটো দেখিয়েই কোনো সত্যতা পৰীক্ষা নকৰাকৈ বাতৰি পৰিৱেশন কৰা বাবেই এই ভুলটো হয়। কিন্তু সেয়া মিজাং বসুমতাৰী নহয়, মনেশ্বৰ বসুমতাৰীহে। মনেশ্বৰ বসুমতাৰীৰহে মৃত্যু হৈছে।

আনহাতে বিস্ফোৰণটোত মৃত্যু হোৱা বুলি বৰকৈ চৰ্চিত পবিত্ৰ বসুমতাৰী নামৰ জোৱানজনৰ মৃত্যু হোৱা নাই বুলি এটা বিশেষ সূত্ৰৰ আঁত ধৰি নিশ্চিত বাতৰি দিছিল নৰ্থ-ইষ্ট নাও-এ। কিন্তু উক্ত বাতৰিটোত চি আৰ পি এফৰ বাছৰ উক্ত কনভয়টোৰ মাজৰে এখন বাছত তেওঁ আছিল বুলি কোৱা কথাটো সত্য নহয়। তেওঁৰ কৰ্তব্যস্থান অন্য এঠাইতহে আৰু তেওঁ নিৰাপদে আছে বুলি আজি নিজৰ ফেইচবুক পোষ্টত জনায় জোৱানজনে।

আন ৩জন জোৱান অনন্ত শইকীয়া, দেৱাশিস গোহাঁই আৰু নাছীৰ আহমেদৰ মৃত্যু হোৱা বুলিও বাতৰি ওলাই আছে যদিও সেয়া নিশ্চিত তথ্য নহয়।

সত্যতা পৰীক্ষা নকৰাকৈ খৰখেদাকৈ পৰিৱেশন কৰা এনে বাতৰিত অতিষ্ঠ লোকক ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।

উল্লেখযোগ্য যে অসমৰ জোৱানৰ মৃত্যু সম্পৰ্কত অসম আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য দাঙি ধৰা নাই। মনেশ্বৰ বসুমতাৰীৰ মৃত্যু হোৱাৰ খবৰ পৰিয়ালৰ পৰা পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd