• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নাগা শান্তি আলোচনাক লৈ আশাবাদী ভাৰতীয় সেনা

চীনাসকলে তেওঁলোকৰ এলেকাৰ ভিতৰৰ ডেজিগনে’টেদ শিবিৰত আমাক খেলা-ধূলাৰ অনুষ্ঠানত ভাগ ল’বলৈ মাতিছে আৰু আমি কথাটো বিবেচনা কৰিছো: লেঃ জেঃ নাৱাৰনে।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2019 4:37 pm
Army optimistic about Naga talks

এন এচ চি এন (আই এম) বিদ্ৰোহী। ছবি সৌজন্য-- The Hindu

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা বিদ্ৰোহী গোটসমূহৰ সৈতে চলিত ৰাজনৈতিক আলোচনাৰ ফলাফলক লৈ আশাবাদী হোৱাৰ লগতে চীন সীমান্তৰ পৰিস্থিতি উন্নত হোৱা বুলি ভাবে ভাৰতীয় সেনাই।

“বিদ্ৰোহ-প্ৰতিৰোধী পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন আৰু আমি আত্মবিশ্বাসী যে এতিয়াৰ পৰা পৰিস্থিতি অধিক উন্নত হ’ব। নাগালেণ্ডৰ এন এচ চি এন (আই এম) আৰু নাগা জাতীয় ৰাজনৈতিক গোটসমূহ (NNPGs)ৰ সৈতে আলোচনা আগবঢ়া অৱস্থাত আছে,” ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি-ইন-চি লেফতে’নেন্ত জেনেৰেল এম এম নাৱাৰনে কয়।

Apply Now

লেঃ জেঃ নাৱাৰনে কয় যে এন এচ চি এন (কে)ৰ খাংগ’ কন্যাক নেতৃত্বাধীন গোটটোৱে শেহতীয়াকৈ এন এন পি জিৰ কাৰ্য্যকৰী সমিতিত যোগ দি শান্তি প্ৰক্ৰিয়াৰ অংশ হৈছে।

সেনা কমাণ্ডাৰজনে যোৱা ৰাতি ফ’ৰ্ট উইলিয়ামত সাহসিকতাৰ মেদেল বিতৰণ কৰিছিল।

তেওঁ কয় যে ভাৰত-ম্যানমাৰ সীমান্তত শক্তিশালী পহৰা দি অহা হৈছে আৰু বিভিন্ন বিদ্ৰোহী গোটৰ আহ-যাহ নিৰৱচ্ছিন্ন নিৰীক্ষণৰ মাজত আছে।

“সীমা সুৰক্ষা বাহিনী শক্তিশালী কৰাৰ কামো চলি আছে,” তেওঁ কয়।

লেঃ জেঃ নাৱাৰনে কয় যে অসমত আলফা (স্বাঃ)ৰ উত্থানৰ খবৰসমূহ খুব সাৱধানতাৰে নিৰীক্ষণ কৰি থকা হৈছে আৰু উচিত প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

নিজৰ অভিযান সঠিক কৰিবৰ বাবে সেনাই সদায় পৰিস্থিতিৰ পৰ্য্যালোচনা কৰি আহিছে, তেওঁ কয়।

নাৱাৰনে কয় যে ভাৰত আৰু চীনৰ মাজত সেনা পৰ্য্যায়ৰ কথা-বতৰা সকলো পৰ্য্যায়তে উন্নত হৈছে। “ই গ্ৰাউণ্ড ত্ৰুপ আৰু ফাংচনেল লেৱেলৰ কমাণ্ডাৰসকলৰ মাজত ৰণকৌশলগত সহমত কাৰ্য্যকৰী কৰাত অৰিহণা আগবঢ়াইছে।”

“চীনাসকলে এতিয়া তেওঁলোকৰ এলেকাৰ ভিতৰৰ ডেজিগনে’টেদ বে’ছ/ শিবিৰসমূহত আমাক খেলা-ধূলাৰ অনুষ্ঠানত ভাগ ল’বলৈ মাতিছে আৰু আমি কথাটো বিবেচনা কৰিছো,” জেনেৰেলগৰাকীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd