• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমি সংৰক্ষণ বিভাগত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া : মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 7:43 am
Pramila-680x365

মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। ফাইল ফটো

706
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত সোমবাৰে আকস্মিকভাৱে উপস্থিত হোৱা ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বিভাগটোত অচিৰেই খালী হৈ থকা পদৰ বিপৰীতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী গৰাকীয়ে বিভাগটোৰ কামকাজৰ পৰ্যালোচনা কৰাৰ পাছত এইদৰে মন্তব্য কৰাৰ লগতে বিভাগটোত বহু সংখ্যক পদ খালী হৈ থকাৰ কথাও সদৰী কৰে।

তেওঁ লগতে বিভাগটোত খালী হৈ থকা পদসমূহৰ তালিকা প্ৰস্তুত কৰাৰ লগতে নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়াৰ কথাও জানিবলৈ দিয়ে।

আনহাতে, তৈল খাদৰ নিলাম সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ব্ৰহ্মই ইয়াৰ সৈতে অসমৰ আৱেগ জড়িত হৈ আছে বুলি মন্তব্য কৰে।তেওঁ কয়, ‘‘তৈল খাদৰ সৈতে আমাৰ আৱেগ জড়িত হৈ আছে, গতিকে প্ৰতিবাদ হ’বই আৰু নিবিচৰাটোৰ প্ৰতিবাদ কৰিবই লাগিব।‘’

ইপিনে,কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী কোন হ’ব সেই সম্পৰ্কত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী কোন হ’ব সেই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই, গতিকেই কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd