• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহক প্ৰত্যাহ্বান আছু, নেছ’ৰ : কোনো পধ্যেই মানি লোৱা নহ’ব জাতিধ্বংসী বিধেয়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 8:40 am
"Not happy": AASU, 30 organisations to move SC over Assam NRC

আছু আৰু ৩০টা সংগঠনৰ নেতৃত্বৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ তীব্ৰ আন্দোলন-প্ৰতিবাদৰ পাছত ৰাজ্যসভাত জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক উত্থাপনত ব্যৰ্থ হোৱা নৰেন্দ্ৰ মোদীৰ চৰকাৰে পুনৰ বিধেয়কখনৰ প্ৰসংগ টানি আনিছে।

শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসম ভ্ৰমণৰ সময়ত বিজেপি ক্ষমতালৈ আহিলে  বিধেয়কখন গৃহীত কৰিবি বুলি কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু তথা ৩০টা জনগোষ্ঠীয় সংগঠন।

Apply Now

এয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দি অবৈধ বাংলাদেশীৰ ভোটবেংক সৃষ্টিৰ কচৰৎ বুলি উল্লেখ কৰি ই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি চূড়ান্ত অপমান হিচাপে অভিহিত কৰিছে সংগঠনকেইটাই।

এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে অবৈধ বাংলাদেশীৰ ভোটবেংক সুৰক্ষিত কৰিবলৈ, অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ, অসম চুক্তিক উলংঘা কৰি খিলঞ্জীয়া মানুহৰ ওপৰত জাপি দিবলৈ বিচৰা জাতিধ্বংসী নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে আন্দোলনৰ পথ লৈছে।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ খিলঞ্জীয়া মানুহে নিৰৱচ্ছিন্নভাৱে এই বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলাই আছে। তাৰ পাছতো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ মন্তব্য ধিক্কাৰজনক আৰু এনে দৃষ্টিভংগীক অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে অগ্ৰাহ্য কৰিছে আৰু আগলৈও অগ্ৰাহ্য কৰি যাব।

আনহাতে, এই সন্দৰ্ভত এটা বিবৃতিত নেছ’ৰ অধ্যক্ষ ছেমৱেল বি জেৰৱা আৰু সম্পাদকপ্ৰধান চিনাম প্ৰকাশ সিঙে কয় যে ‘সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীৰ প্ৰবল প্ৰতিবাদৰ বাবেই চৰকাৰে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিব নোৱাৰিলে। কিন্তু এতিয়া অমিত শ্বাহে বিধেয়কখন অনাৰ কথা কৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম তথা আৱেগ-অনুভূতিক অপমান কৰিলে।

অমিত শ্বাহৰ মন্তব্যই বিজেপি দলৰ প্ৰকৃত মানসিকতা উদঙাই দিয়া বুলি উল্লেখ কৰি তেওঁলোকে অভিযোগ কৰে যে  উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগণৰ আৱেগৰ প্ৰতি তেওঁলোকৰ কোনো গুৰুত্ব নাই। হিন্দুত্ব প্ৰতিষ্ঠাৰ নামত বিজেপিয়ে অবৈধ বাংলাদেশী আনি উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ অস্তিত্ব নিঃশেষ কৰিব বিচাৰিছে।

‘’আমি কোনো কাৰণতে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়কখন গ্ৰহণ নকৰোঁ। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আমি উত্তৰ-পূবৰ জনগণক ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছোঁ,’’-নেতা দুগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd