• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বইহে সিদ্ধান্ত ল’ব অগপৰ লগত পুনৰ মিত্ৰতা হ’ব নে নহ’ব : হিমন্ত বিশ্ব

অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা বিচাৰি থকাৰ ইংগিত মন্ত্ৰী হিমন্ত বিশ্বৰ ভাষ্যত

অনুপ শৰ্মা by অনুপ শৰ্মা
February 20, 2019 7:29 am
Himanta

মন্ত্ৰী হিমন্ত বিশ্বৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা বিচাৰি থকাৰ ইংগিত দি মন্ত্ৰী হিমন্ত বিশ্বই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বইহে সিদ্ধান্ত ল’ব অগপৰ লগত পুনৰ মিত্ৰতা হ’ব নে নহ’ব।

১৯ ফেব্ৰুৱাৰিত এটা কাৰ্য্যসূচীত ভাগ লৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে এইবুলি জানিবলৈ দিয়ে যে তেওঁক অগপক পুনৰ মিত্ৰতাৰ বিষয়টো ভাবি চাবলৈ মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে অনুৰোধ কৰিছে।

Apply Now

“পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত আৰু দলটোৰ তিনিজন মন্ত্ৰীৰ পদত্যাগে দুয়োটা দলৰ মাজত দূৰত্ব বঢ়ালে”, হিমন্তই অগপৰ প্ৰতি কঠোৰ মনোভাব প্ৰকাশ কৰি কয়।

মন্ত্ৰীজনে ৰঞ্জিত দাসৰ পূৰ্বৰ এটা মন্তব্যলৈ আঙুলিয়াই আৰু লগতে কয় যে দলৰ সভাপতিৰ স্থিতিয়েই আমাৰো স্থিতি।

দুদিনমান পূৰ্বে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অগপৰ মন্ত্ৰী তিনিজনৰ পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাব।

উল্লেখযোগ্য যে আঞ্চলিক দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি যোৱা ৭ জানুৱাৰিতে বিজেপিৰ সৈতে আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰিছিল। ইয়াৰ পিছতে চৰকাৰত থকা অগপৰ তিনিজন মন্ত্ৰীয়ে পদত্যাগ পত্ৰও দিয়ে যদিও মুখ্য মন্ত্ৰী সোণোৱালে এতিয়াও ৰাজভৱনলৈ সেই পদত্যাগ পত্ৰকেইখন প্ৰেৰণ কৰা নাই।

ইপিনে এই সন্দৰ্ভত, অৰ্থাৎ পদত্যাগ পত্ৰকেইখন এতিয়াও ৰাজভৱনলৈ প্ৰেৰণ নকৰা প্ৰসংগত সাংবাদিকৰ আগত অগপয়ো  মন্তব্য কৰিছিল যে তেওঁলোক এতিয়া বিজেপিৰ সৈতে নাই, এই সত্যটো বিজেপিয়ে মানি ল’ব লাগে।

“আমাৰ তিনিজন মন্ত্ৰী কেবিনেটত নাই। সেইটোৱে সত্য। আৰু সেই সত্যতাটো মানি লৈ বিজেপিয়ে কাম কৰিলে ভাল হয়।” ২৩ জানুৱাৰিত আঞ্চলিক দলটোৰ বিধায়ক সত্যব্ৰত কলিতাই কয়। দলটোৱে চলিত বিধানসভাৰ অধিৱেশনত বিৰোধীৰ আসন বিচাৰি অধ্যক্ষলৈ পত্ৰও প্ৰেৰণ কৰিছিল।

তৎসত্ত্বেও অগপই পুনৰ মিত্ৰতাৰ বাবে উন্মুখ হৈ আছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলি আছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd