• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুলৱামা কাণ্ডৰ প্ৰভাৱ! পাকিস্তানবাসীয়ে নাপাব অসমৰ চাহৰ সোৱাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2019 8:42 am
tea

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

948
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পুলৱামাত শেহতীয়াকৈ সংঘটিত আত্মঘাতী আক্ৰমণৰ পাছতে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত অসমৰ চাহৰ সোৱাদ লোৱাৰ পৰা বঞ্চিত হৈছে পাকিস্তানবাসী।

ভাৰত চৰকাৰে পাকিস্তানক এম এফ এন (ম’ষ্ট ফে’ভাৰ্ড নে’চন) তালিকাৰ পৰা কৰ্তন কৰা বাবে অন্যান্য সামগ্ৰীৰ লগতে দেশখনলৈ বন্ধ হৈ গৈছে অসমৰ চাহৰ ৰপ্তানিও।

চৰকাৰৰ স্থিতিক ভাৰতৰ চাহ ব’ৰ্ডেও সমৰ্থন কৰাৰ ফলত পাকিস্তানৰ বজাৰখনৰ বিকল্প বিচাৰিব লগা হৈছে ৰপ্তানিৰ সৈতে জৰিত বৃহৎ চাহ কোম্পানিসমূহে।

ইফালে চাহ ৰপ্তানিকাৰী কোম্পানি এটাৰ সূত্ৰ মতে ৰপ্তানি বন্ধকৰণে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা অমূলক।

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনি চলা ফেক্তৰি (BLF)সমূহে গুণাগুণ পৰীক্ষা কৰাৰ পিছতহে চাহ ৰপ্তানি কৰা হয়।

বহুসময়ত ক্ষুদ্ৰ চাহ খেতিয়কে ডাঙৰ পাতসমূহো ফেক্তৰিত দিয়ে যদিও ৰপ্তানিৰ বাবে সেই মানৰ চাহক উপযুক্ত বুলি বিবেচনা কৰা নহয়, চাহ ব’ৰ্দৰ সূত্ৰৰ প্ৰকাশ।

Recent News

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd