• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৯ ৰানতে অল আউট : শূন্যৰ ঘৰত ৯ গৰাকীকৈ বেটছমেন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 9:43 am
cricket

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.1k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটক সদাই অনিশ্চয়তাৰ খেল হিচাপে জনা যায় যদিও কেতিয়াবা কিছুমান মেচৰ পৰিসংখ্যা তথা ফলাফলে ক্ৰিকেটপ্ৰেমীক আশ্চৰ্যকৰ কৰি তোলাও পৰিলক্ষিত হয়। তেনে এখন আশ্চৰ্যকৰ ক্ৰিকেট মেচ বুধবাৰে অনুষ্ঠিত হয় পণ্ডিচেৰীত।

মধ্য প্ৰদেশ আৰু মিজোৰামৰ মাজত পালমিৰা ক্ৰিকেট গ্ৰাউণ্ডত ছিনিয়ৰ মহিলা টি-২০ লীগৰ এখন মেচ। মেচখন ভাৰতীয় ক্ৰিকেটৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো মিজোৰামৰ মহিলা দলটো অল আউট হয় মাত্ৰ ৯ ৰানত।

ইফালে ১০ ৰানৰ লক্ষ্য আগত লৈ বেট ধৰিব আহি মধ্যপ্ৰদেশে এটাও উইকেট পতন হ’বলৈ নিদি ১ অ’ভাৰতে মেচখন সমাপ্ত কৰে।

উল্লেখ্য যে মেচখনত প্ৰথমে মিজোৰামে বেট ধৰিবলৈ সুযোগ লাভ কৰে। মিজোৰামৰ বেটছমেন সকলে মধ্যপ্ৰদেশৰ বলাৰৰ আগত তিষ্ঠিব নোৱাৰি এটাৰ পাছত এটাকৈ পেভেলিয়নলৈ উভটিব ধৰে। আৰু ১৩.৫ অভাৰ বেটিং কৰাৰ অন্তত মিজোৰামৰ দলীয় স্ক’ৰ ৯ ৰানত ইনিংছৰ পৰিসমাপ্তি হয়।

মেচখনত মিজোৰামৰ অপূৰ্বা ভৰদ্বাজে ৬ ৰান কৰাৰ বিপৰীতে বাকী ৯ গৰাকী বেটছমেন আউট হয় শূন্যত। যিটো ভাৰতীয় ক্ৰিকেটৰ বাবে এক নতুন অভিলেখ। ভৰদ্বাজৰ ৬ ৰানৰ বিপৰীতে বাকী তিনি ৰান মিজোৰামে এক্সট্ৰাৰ জৰিয়তে লাভ কৰে।

মধ্য প্ৰদেশৰ হৈ ৬ গৰাকী বলাৰেই উইকেট লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত টৰং ঝায়ে ৪ অ’ভাৰত ২ ৰান খৰছ কৰি সৰ্বাধিক চাৰিটা উইকেট লাভ কৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ উদ্যোগত চলি থকা ছিনিয়ৰ মহিলা টি-২০ লীগত মিজোৰামে ক্ৰমাগতভাৱে দ্বিতীয়খন মেচত বেটিং বিপৰ্যয়ৰ সন্মুখীন হ’ব লগীয়া হৈছে।

Recent News

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd