• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰতৰ নিৰ্বাচনী এজেণ্ডা আখ্যা দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 2:21 pm
ইণ্টাৰনেটৰ পৰা সংগৃহীত বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ আলোকচিত্ৰ

ইণ্টাৰনেটৰ পৰা সংগৃহীত বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত  কৰিবলৈ লোৱা সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। লোকসভাত বিধেয়কখন গৃহীত হোৱাত বাংলাদেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে সংশোধনী বিধেয়কখন কিয় লাগে মই বুজি পোৱা নাই বুলি মন্তব্য কৰে।

বিধেয়কখন কেবল নিৰ্বাচন প্ৰসংগত নেকি?- মুখত হাঁহিলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে।

Apply Now

উল্লেখযোগ্য যে, বাংলাদেশত ধৰ্মীয় সংখ্য়ালঘুসকলে হাৰাশাস্তিৰ সন্মুখীন হয় বুলি দেখুৱাই বাংলাদেশক দোষী সাব্যস্ত কৰাৰ বাবেও ভাৰত চৰকাৰে বিধেয়কখন অনা নাই বুলি হাছিনাই কয়।  ধৰ্মীয় সংখ্যালঘুসকল বাংলাদেশত কোনোধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই, দুই এটা সৰু সুৰা ঘটনা সংঘটিত হয় যদিও তাক চৰকাৰে কঠোৰ হাতেৰে দমন কৰে বুলি বাংলাদেশৰ প্ৰধানমন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে, ধৰ্মীয় সন্ত্ৰাসবাদ অকল বাংলাদেশৰ সমস্যা নহয় ই এক আন্তঃৰাষ্ট্ৰীয় সমস্যা হিচাপে উল্লেখ কৰি হাচিনাই ভাৰতবৰ্ষৰ মানুহেও বিধেয়কখনলৈ সন্তুষ্ট নহয় উল্লেখ কৰে। ভাৰতবৰ্ষই অস্থিৰতা সৃ্ষ্টি কৰিব পৰা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে বুলি বিশ্বাসী বাংলাদেশৰ প্ৰধান মন্ত্ৰীগৰাকী।

তদুপৰি, সন্ত্ৰাসবাদ প্ৰসংগত নিজৰ মত ব্যক্ত কৰি বালংদেশে হাচিনাৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে বুলি কয়। ভাৰতবৰ্ষৰ অসমকে ধৰি উত্তৰ-পূৱ অংশত সন্ত্ৰাসবাদ বিয়পাবলৈ চেষ্টা কৰা ভাৰতৰ বিছিন্নতাবাদী উগ্ৰপন্থী সংগঠন সমূহক বাংলাদেশে নিজৰ ভূমিৰ পৰা খেদি পঠিয়াইছে আৰু এয়া চুবুৰীয়া দেশখনৰ প্ৰতি বাংলাদেশ চৰকাৰৰ দায়বদ্ধতা হিচাপে অভিহিত কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd