• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰিয়ংকা চোপ্ৰাক চৰকাৰে কিমান ব্যৱহাৰ কৰিব পাৰিছে?, প্রশ্ন জুবিনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2019 8:24 am
22-02-19 Guwahati- Zubin Garg press meet (5)

সংবাদমেলত উত্তৰ-পূব মহোৎসৱৰ ব্ৰেণ্ড এম্বেছাদৰ জুবিন গাৰ্গ। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আন ৰাজ্যই যিধৰণে পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ কৰে, আমাৰ ৰাজ্যই নকৰে। আমাৰ চৰকাৰে পৰ্যটনক গুৰুত্বসহকাৰে ল’ব লাগে। অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই চিনেমাত লাগি থাকে। প্ৰিয়ংকা চোপ্ৰাক কিমান দূৰ ব্যৱহাৰ কৰিব পাৰিছে নাজানো। কিন্তু ভালদৰে ব্যৱহাৰ কৰিব পাৰিলে ভাল। যিহেতু প্ৰিয়ংকা চোপ্ৰা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।‘ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলযোগে এইদৰে কয় জুবিন গাৰ্গে।

অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ দিশত ৰাজ্য চৰকাৰৰ দায়িত্বহীনতা পুনৰ উদঙাই দিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। তদুপৰি, অসম চৰকাৰে পৰ্যটনৰ প্ৰচাৰত বিশেষ গুৰুত্ব নিদিয়া বুলিও অভিযোগ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে।

Apply Now

উল্লেখযোগ্য যে বিগত ৮ ফেব্ৰুৱাৰিৰ পৰা তিনিদিনীয়াকৈ ট্ৰেড এম এম এছে বেংককত অনুষ্ঠিত কৰা উত্তৰ-পূব ভাৰত মহোৎসৱ সন্দৰ্ভত জুবিন গাৰ্গে কয়, ‘প্ৰথমবাৰলৈ বেংককত উত্তৰ-পূব ভাৰত মহোৎসৱ অনুষ্ঠিত হৈছিল। থাইলেণ্ড চৰকাৰে বহুত সহায় কৰিছে। বেলেগ বেলেগ দেশতো এই মহোৎসৱ অনুষ্ঠিত কৰাৰ কথা ভাবি আছোঁ।‘

আনহাতে, সংবাদ মেলত  মহোৎসৱৰ মুখ্য আয়োজক শ্যামকানু মহন্তই জানিবলৈ দিয়ে যে ‘’থাইলেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত ব্যৱসায়, পৰ্যটন আৰু সাংস্কৃতিক বিনিময় উত্তৰণৰ উদ্দেশ্যৰে যোৱা ৮ৰ পৰা ১০ ফেব্ৰুৱাৰিলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বেংককৰ জনপ্ৰিয় চেন্ট্ৰেল ৱৰ্ল্ডত উত্তৰ-পূব ভাৰত মহোৎসৱ সফলতাৰে অনুষ্ঠিত হৈ যায়।‘’

উক্ত কাৰ্যসূচীৰ আৰম্ভণিৰ দিনা নিশা থাইলেণ্ড চৰকাৰৰ উচ্চপদস্থ বিষয়া, এছিয়ান দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু থাইলেণ্ডৰ শীৰ্ষ উদ্যোগীসকলক লৈ এখন ভোজমেলৰ আয়োজন কৰা হয়। এই ভোজমেলত থাইলেণ্ডৰ বাণিজ্যমন্ত্ৰী ছুটিমা বুন্যাপ্ৰফাছাৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি থাইলেণ্ড চৰকাৰৰ পৰা এটা উদ্যোগী দলক উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ সম্পৰ্কীয় সম্ভাৱনাসমূহৰ অধ্যয়নৰ বাবে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

মহন্তই এপ্ৰিলৰ পৰা গুৱাহাটী-বেংককৰ মাজত প্ৰত্যক্ষ বিমানসেৱা আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে উত্তৰ-পূব আৰু বেংককৰ মাজত ব্যৱসায় আৰু পৰ্যটনৰ বিকাশ সাধন হ’ব বুলি আশা ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd