• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলঘাট-গুৱাহাটী ডেম’ ট্ৰেইনৰ অথন্তৰ : আদবাটতে বিকল হ’ল ইঞ্জিন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2019 8:27 am
32529ba6-dd12-475d-a935-e3106ea9a8c5

নগাঁওৰ বেবেজীয়াত ডেম' ট্ৰেইন বিকল হৈ পৰাৰ পাছত যাত্ৰীৰ দুৰৱস্থা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিটো সময়ত ভাৰতীয় ৰে’ল বিভাগে বিদ্যুৎ চালিত দ্ৰুত বেগী ৰে’ল চলাচলৰে যাতায়তৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰিব বিচাৰিছে, সেই সময়তে নগাঁও জিলাত ৰে’ল সেৱাৰ নামত চলা কেতবোৰ ভেঁকোভাওনাই ৰাইজক অসন্তুষ্ট কৰি তোলা পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহ জিলা নগাঁৱত সোমবাৰে গুৱাহাটী অভিমুখী এখন ৰে’লৰ দুৰৱস্থাৰ বাবে কে’বাশ যাত্ৰী ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হয়। ফলত যাত্ৰী সকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে, কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহ জিলা নগাঁৱতে ৰে’ল যাত্ৰীৰ এনে হাহাকাৰ অৱস্থাৰ সন্মুখীন হ’বলগা হয়।

Apply Now

উল্লেখ্য যে, আন দিনাৰ দৰে সোমবাৰেও শিলঘাট-গুৱাহাটী ডেম’ যাত্ৰীবাহী ট্ৰেইন খনে পুৱা ৬ বজাত নগাঁও জিলাৰ শিলঘাট ষ্টেশ্যনৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰা আৰম্ভ কৰিছিল। ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰাৰ পাছতে ইঞ্জিনত কিছু কাৰিকৰী বিজুতি দেখা দিয়ে। এই বিজুতিৰ ফলত ৰে’লখন যাত্ৰা পথত তিনিবাৰকৈ ৰখাই পুনৰ যাত্ৰা আৰম্ভ কৰিব লগীয়া হয়।

থেৰো-গেঁৰোকৈ ৰে’লখন আহি নগাঁও ষ্টেশ্যন পায়হি যদিও নগাঁও ষ্টেশ্যন পাৰ হোৱাৰ পাছতেই ৰে’লখনৰ ইঞ্জিন সম্পূৰ্ণ ৰূপে বিকল হৈ পৰে। যাৰ ফলত বেবেজীয়াতে ডেম’ ৰে’লখন ৰখাই দিব লগীয়া হয়। ৰেলখনৰ চলাচল সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰাত গুৱাহাটীকে ধৰি বিভিন্ন স্থানলৈ যাত্ৰা আৰম্ভ কৰা যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

এনে পৰিস্থিতিত খঙত অগ্নশৰ্মা হৈ পৰে একাংশ যাত্ৰী। আনকি,একাংশ‌ যাত্ৰীয়ে ভাৰতীয় ৰে’ল বিভাগ আৰু কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা যায়। উপায়ন্তৰ হৈ ৰে’ল যাত্ৰী সকল টালি টোপোলাৰে সৈতে ৰে’ল খনৰ পৰা নামি আহি বেবেজীয়াত গুৱাহাটী অভিমুখী কেইবাখনো ট্ৰেভেলাৰত পুনৰ যাত্ৰা আৰম্ভ কৰিবলগা হয়।

উল্লেখ্য যে এবছৰ পুৰ্বে শিলঘাট-গুৱাহাটীলৈ চলাচল কৰা যাত্ৰীবাহী ৰে’লৰ ঠাইত ৰে’ল বিভাগে ডেম’ ট্ৰেইন প্ৰৱৰ্তন কৰে। কিছুদিন চলাৰ পাছত এই ডেম’ ট্ৰেইনৰ বিজুতি ঘটাৰ ফলত গুৱাহাটীত পেলাই থয়। সেই সময়ত পুনৰ আগৰ যাত্ৰীবাহী ৰেলখন চলাচলৰ ব্যৱস্থা কৰে।

ইপিনে, কলকাতাৰ পৰা মেকানিক আনি ডেম’ ট্ৰেইনখন মেৰামতি কৰি আকৌ চলাচলৰ ব্যৱস্থা কৰা হয়। কিন্তু সোমবাৰে পুনৰ এই ট্ৰেইনখন বিকল হৈ পৰে। অভিযোগ অনুসৰি, ৰে’ল বিভাগৰ একাংশ বিষয়াৰ ষড়যন্ত্ৰমুলক মনোভাৱৰ বাবে যাত্ৰীসকলে এনে ফল ভুগিব লগা হৈছে। সেয়ে যাত্ৰীসকলে এই ডেম’ ট্ৰেইনখন বাতিল কৰি পুৰ্বৰ যাত্ৰীবাহী ট্ৰেইনখনকে চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd