• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী গুৱাহাটীত উপস্থিত : এপ’ল হাস্পাতলত খৱৰ ল’লে অৰুণাচলত আৰক্ষীৰ গুলীত আহত প্ৰতিবাদকাৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 26, 2019 1:46 pm
53050609_2104092169703444_7505520126456758272_n

বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি ৰাহুল গান্ধী আহি আজি গুৱাহাটীত উপস্থিত হৈছে। দিনৰ ১২-৩০ বজাত বিমানেৰে আহি ৰাহুল গান্ধী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয়।

বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে কংগ্ৰেছ সভাপতিগৰাকীক ৰাজ্যৰ শীৰ্ষ কংগ্ৰেছী নেতাসকলে আদৰণি জনায়।

Apply Now

বিমানবন্দৰত ৰাহুল গান্ধীক আদৰণি জনায় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাট, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন প্ৰমুখ্যে নেতাসকলে।

d7e281da-0e5a-40a9-9aa4-7c1376a07611
এপ’ল হাস্পাতালত অৰুণাচলত আৰক্ষীৰ গুলীত আহত প্ৰতিবাদকাৰীৰ খৱৰ লৈছে ৰাহুল গান্ধীয়ে। ফটো : নৰ্থইষ্ট নাও

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে এপ’ল হাস্পাতালত আহি উপস্থিত হয়। হাস্পাতলত গান্ধীয়ে অৰুণাচলত আৰক্ষীৰ হাতত আহত দুগৰাকী প্ৰতিবাদকাৰীৰ খৱৰ লয়।

হাস্পাতালখনত কংগ্ৰেছ সভাপতিগৰাকীক সংগ দিয়ে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ ভুৱনেশ্বৰ কলিতা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আৰু ৰকিবুল হুছেইনে। অৱশ্যে, এছপিজিৰ নিৰ্দেশ অনুসৰি অকল ৰাহু গান্ধীয়েহে প্ৰতিবাদকাৰীৰ খৱৰ লয়। বাকী কংগ্ৰেছী নেতসকলক এছপিজিয়ে প্ৰৱেশত বাধা দিয়ে।

ইপিনে, অৰুণাচল কংগ্ৰেছৰ সভাপতি তাকাম সঞ্জয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাহুল গান্ধীয়ে আহত লোক দুজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ সৈতেও কথা পাতে। তদুপৰি, ৰাহুল গান্ধীয়ে নিহত লোক দুজনৰ আত্মাৰ শান্তি কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰ পাছতে ৰাহুল গান্ধী পোনো পোনে গৈ খানাপাৰাৰ জনসভাত উপস্থিত হয়। ইয়াত তেওঁ বুথকৰ্মীৰ এখন সভাত ভাষণ প্ৰদান কৰি অসমত আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰিব। আনহাতে, বিয়লি কলাক্ষেত্ৰত NECCCৰে বৈঠকত মিলিত হোৱাৰ পাছত সন্ধিয়া পুনৰ দিল্লীলৈ উভতি যাব কংগ্ৰেছ সভাপতিজন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd