• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত ব্যাপক ৰদ বদল, গোলাঘাটলৈ বদলি সুৰজিৎ সি পানেছাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2019 9:20 am
Assam-police-1140x570

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ত ব্যাপক সাল-সলনি ঘটোৱা হৈছে। সেই মৰ্মে  এ পি এচ চি কেলেংকাৰীৰ মুখ্য তদন্তকাৰী বিষয়া সুৰজিৎ  সিং পানেছাৰক গোলাঘাটলৈ বদলি কৰা হৈছে। পানেছাৰৰ উপৰিও আৰক্ষীৰ আভ্যন্তৰত ব্যাপক ৰদ বদল কৰা হৈছে।

গুৱাহাটীৰ এ ডি চি পি উজ্বল প্ৰতিম বৰুৱাক দৰঙৰ এ এচ পি হিচাপে বদলি কৰা হৈছে। তাৰোপৰি গোলাঘাটৰ এ এচ পি ধ্ৰুৱ বৰাক ডিব্ৰুগড়লৈ, পশ্চিম গুৱাহাটীৰ এ ডি চি পি বিবেকানন্দ দাসক মান্দাকাটাৰ চি ডি অ’(বিএন)ৰ ডেপুটী কামাণ্ডেণ্ট হিচাপে, গোৱালপাৰাৰ নন্দিতা মহন্তক এ এচ পি পদৰ পৰা পূৱ গুৱাহাটীৰ এ ডি চি পি হিচাপে, পূৱ গুৱাহাটীৰ এ ডি চি পি অমিতাভ বসুমতাৰীক গোৱালপাৰাৰ এ এচ পি হিচাপে বদলি কৰা হৈছে।

Apply Now

আনহাতে, গুৱাহাটীৰ এ ডি চি পি মৃণাল ডেকাক বদলি কৰি চৰাইদেউৰ মুখ্য কাৰ্য্যালয়ৰ এ এচ পি হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হৈছে। মান্দাকাটাৰ চি ডি অ’ৰ ডেপুটী কামাণ্ডেণ্ট সুপ্ৰতীভ লাল বৰুৱাক গুৱাহাটীৰ এ ডি চি পি পদলৈ বদলি কৰা হৈছে। বাক্সাৰ সত্যৰঞ্জন শইকীয়াক শদিয়াৰ মুখ্যকাৰ্য্যলয়ৰ এ এচ পি হিচাপে, ডিব্ৰুগড় এ এচ পি(বি) প্ৰদীপ শইকীয়াক চৰাইদেউৰ এ এচ  পি(বি) পদলৈ বদলি কৰা হৈছে।

দিল্লীত থকা অসম ভৱনৰ দায়িত্বভাৰ অৰ্পন কৰা হৈছে কাহিলিপাৰাৰ চতুৰ্থ এ পি বি এনৰ শৰ্মিষ্ঠা বৰুৱাক। কৰিমগঞ্জৰ এ এচ পি(বি) ৰ দায়িত্বত থকা ৰণবীৰ শৰ্মাক নলবাৰীৰ ১৪ সংখ্যক এ পি বি এনৰ ২ আই/চি পদৰ বাবে বদলি কৰা হৈছে। শদিয়াৰ মুখ্য কাৰ্য্যলয়ৰ মাধুৰমা দাসক গুৱাহাটীৰ এ ডি চি পি  হিচাপে, চৰাইদেউৰ এ এচ পি(বি) জ্যোতিৰঞ্জন নাথক শিৱসাগৰৰ এ এছ পিলৈ, জামুগুৰিহাটৰ ১২নং এ পি বি এনৰ ২নং আই/চি গীতাশ্ৰী কোঁৱৰক মাজুলীৰ এ এচ পি মুখ্য কাৰ্য্যলয়লৈ, কোকৰাঝাৰৰ ৭নং এ পি বি এনৰ গুণেন্দ্ৰ ডেকাক গুৱাহাটীৰ এ ডি চি পি (চি) পদলৈ, কৰিমগঞ্জৰ ১৫ নং এ পি(আই আৰ) বিএনৰ সুমন চক্ৰৱৰ্তীক হোজাইৰ এ এচ পিৰ মুখ্যকাৰ্য্যালয়লৈ বদলি কৰা হৈছে।

গুৱাহাটীৰ এ ডি চি পি ৰ’জী কলিতাক নগাঁৱৰ এ এচ পিৰ মুখ্য কাৰ্য্যলয়লৈ, গুৱাহাটীৰ এ ডি চি পি সুভাশিস বৰুৱাক মৰিগাঁৱৰ এ এচ পি মুখ্যকাৰ্য্যালয়লৈ, গুৱাহাটীৰ এ ডি চি পি পণজিৎ দুৱাৰাক এ ডি চি পি (এডমিন) হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হৈছে। কৰিমগঞ্জৰ মুখ্যকাৰ্য্যালয়ৰ এ এচ পি ইনম শইকীয়াক তিতাবৰৰ তিতাবৰৰ তৃতীয় এ পি বি এনৰ ভাৰপ্ৰাপ্ত হিচাপে বদলি কৰা হয়। নগাঁৱৰ এ এচ পি (এচ) চিত্ৰেন কুমাৰ গগৈক এ ডি চি পি(কেপিটেল কমপ্লেক্স) ৰ দায়িত্ব দিয়া হয়।

আনহাতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা এ এচ পিৰ পদৰ বাবে মান্দাকাটা চি ডি অ’ বিএনৰ বিকাশ বড়োক দায়িত্বভাৰ অৰ্পন কৰা হয়। দৰঙৰ এ এচ পি(বি) পুৰবী মজুমদাৰক অভয়াপুৰীৰ ৮ নং এ পি বি এনৰ ভাৰপ্ৰাপ্ত অধীক্ষক, তিনিচুকীয়াৰ এ এচ পি(এচ) সৌৰভ জ্যোতি শইকীয়াক চৰাইদেউৰ এ এচ পি (এচ) পদলি কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd