• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ‘মহা বাইক ৰেলী’ : বাইকাৰ্ছৰ ৰূপত মুখ্য মন্ত্ৰী আৰু অসম বিজেপিৰ সভাপতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 2, 2019 8:11 pm
BJP Bike Rally

ভাৰতীয় জনতা যুৱ মৰ্চাৰ মহা বাইক ৰেলীৰ কেইটামান দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত সংস্থাপন নাপাই যুৱ-প্ৰজন্ম হতাশ হৈ পৰিছে, সেই সময়তে ভাৰতৰ যুৱকসকলক অধিক সক্ৰিয় তথা তেওঁলোকৰ মনত সজাগতাৰ লগতে উদ্দীপনাৰ সঞ্চাৰ কৰিবৰ বাবে সমগ্ৰ ভাৰততে ‘বিজয় লক্ষ্য-২০১৯, মহা বাইক ৰেলী’ অনুষ্ঠিত কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই।

আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি বাহিৰ কৰা এই বাইক ৰেলীৰ মধ্য প্ৰদেশৰ শ্বাহদলৰ পৰা কেন্দ্ৰীয়ভাৱে শুভাৰম্ভণি কৰে।

Apply Now

অসমতো আজিৰ দিনটোত অতি ধুমধামেৰে প্ৰত্যেকটো লোকসভা সমষ্টিতে বাহিৰ কৰা হয় বাইক ৰেলী। শিলচৰৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো দেখা গ’ল বাইক আৰোহী ৰূপত। তেওঁ নিজে বাইক চলাই শিলচৰ লোকসভা সমষ্টিৰ ‘মহা বাইক ৰেলী’ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

ইপিনে, শিলচৰৰ বিজেপি কৰ্মীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলে পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

সমান্তৰালভাৱে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও বৰপেটা ৰ’ডৰ পৰা বাহিৰ কৰা বাইক ৰেলীত অংশগ্ৰহণ কৰে।

তদুপৰি, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ  পৰা ডেৰ লক্ষাধিক বাইক আৰোহীয়ে আজিৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে।

মন কৰিব লগীয়া যে, প্ৰত্যেকটো বিধানসভা সমষ্টিৰ পৰা কমেও ১০০০ বাইক আৰোহীয়ে অংশগ্ৰহণ কৰিলে বাইকত তেল ভৰোৱাৰ বাবদ খৰচ হ’ব বহু লক্ষাধিক টকা। এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি একো-একোখন বাইকত তেল ভৰোৱাৰ বাবদ ২০০ টকাৰ পৰা ৫০০ টকা পৰ্য্যন্ত খৰচ কৰা হৈছিল দলৰ পৰা।

বিজেপি যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে দাবী কৰাৰ দৰে যদি ডেৰ লক্ষাধিক বাইকত আজিৰ দিনটোত তেল ভৰাবলৈ দিয়া হৈছিল তেন্তে ৩ কোটিৰ পৰা ৫ কোটি টকা খৰচ হ’ল ‘মহা বাইক ৰেলী’ৰ বাবদ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd