• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ পৰা অৱহেলিত শিল্পী টিংটঙলৈ বেচৰকাৰী সংগঠন ‘প্ৰজন্ম’ৰ সাহায্য

উত্তম শইকীয়া by উত্তম শইকীয়া
March 3, 2019 9:44 pm
Tingtong

ফটো : নৰ্থ-ইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰজন্মই শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিল্পী গুৱাহাটীৰ সৰুমটৰীয়াৰ নিৱাসী টিংটঙক আজি এখন হুইলচেয়াৰ আৰু কাপোৰ প্ৰদান কৰে।

এই উপলক্ষে টিংটঙৰ সৰুমটৰীয়াৰ বাসগৃহত আয়োজিত এক অনুষ্ঠানত প্ৰজন্মৰ সভাপতি ৰিন্টু দুৱৰা, সম্পাদক সাগৰজ্যোতি হাজৰিকা, দিপাঙ্কৰ মৰাঙ আৰু সৌৰভ কাকতি উপস্থিত থাকে।

প্ৰজন্মৰ এই মহানুভৱতাৰ বিপৰীতে অভিনেতা টিংটঙে কয় যে স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক আবেদন জনোৱাৰ পাছতো আজিলৈকে তেওঁ চৰকাৰৰ পৰা কোনো সহাঁৰি লাভ নকৰিলে। স্বাস্থ্য মন্ত্ৰীয়ে তেওঁক বিনামূলীয়া চিকিৎসা দিবৰ বাবে লিখি দিয়াৰ পাছতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ চিকিৎসাৰ বাবে ধন আদায় দিব লগা হয় বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ইফালে আজিৰ অনুষ্ঠানত টিংটঙে নিজৰ চকু হাল মৃত্যুৰ পাছত দান কৰিব বুলি ঘোষণা কৰাৰ লগতে অতি আক্ষেপেৰে কয় যে যদিহে তেখেত পশু হ’ল হেতেন তেন্তে চৰকাৰে সহায় কৰিলেহেতেন। কিন্তু মানুহ হোৱাৰ বাবেই তেওঁৰ এই অৱস্থা হোৱা বুলি অতি দুখেৰে কয়।

উল্লেখ্য যে বৰ্তমান সময়ত শিল্পী টিংটঙে অতি শোচনীয় অৱস্থাত জীৱন নিৰ্বাহ কৰি আছে ৷

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd