• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন এছ য়ু আইত সমূহীয়া যোগদান মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 3, 2019 10:33 pm
NSUI joining (3)

এন এছ য়ু আইত যোগদান কৰাৰ পিছৰ দৃশ্য। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ বাবে এইবাৰ দলটোৱে যুৱ ভোটাৰৰ ওপৰত দিছে বিশেষ গুৰুত্ব। দলটোৱে যুৱক-যুৱতীসকলক দলৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰটো লৈছে পদক্ষেপ। সেই অনুসৰি দেওবাৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ য়ু আইয়ে অনুষ্ঠিত কৰে এক যোগদান কাৰ্যসূচী।

গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এন এছ য়ু আইত যোগদান কৰে। সংগঠনটোত যোগদান কৰা ছাত্ৰ-ছাত্ৰী সকলক আদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, দলৰ উপ সভাপতি তথা বিধায়ক ৰকিবুল হুছেইন, ৰূপজ্যোতি কুৰ্মী আৰু জ্যেষ্ঠ নেতা শৈলেন বৰাই।

Apply Now

এই অনুষ্ঠানৰ জৰিয়তে এন এছ য়ু আইত যোগদান কৰে কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, সন্দিকৈ ছোৱালি মহাবিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে। তেওঁলোকৰ মাজৰ কেইবাজনো সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন আন সংগঠনৰ পৰা পদত্যাগ কৰা সদস্যও আছে।

অনুষ্ঠানটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ছাত্ৰ-ছাত্ৰীসকলক ৰাজনৈতিকভাৱে সচেতন হ’বলৈ আহ্বান জনাই সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত দেশক ৰক্ষাৰ বাবে তেওঁলোকক উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায়।

‘ছাত্ৰ-ছাত্ৰী সকল দেশৰ ভৱিষ্যত। ছাত্ৰ-ছাত্ৰী কেতিয়াও ৰাজনীতিৰ উৰ্ধ্বত নহয়। গণতান্ত্ৰিক দেশ এখনত ছাত্ৰ-ছাত্ৰীয়ে ৰাজনীতিত অংশগ্ৰহণ কৰাতো খুবেই প্ৰয়োজন’, ৰিপুন বৰাই এইদৰে কয়।

একেদৰে অসম ৰাজ্যিক এন এছ য়ু আইৰ সভাপতি জ্যোতিবিকাশ চাংমায়ে ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনাই আগন্তুক লোকসভা নিৰ্বাচনত এন এছ য়ু আইয়ে বৰ্দ্ধিত শক্তিৰে অসমত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd