• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন সমাগত : ভোটাৰৰ ওপৰত বিজেপি চৰকাৰৰ আধাৰশিলা, জনকল্যাণ আঁচনিৰ বৰষুণ

এটকীয়া চাউল বিতৰণ কৰিবলৈও পাতিছে সভা; কংগ্ৰেছৰ দিনৰ আঁচনিকে শুভাৰম্ভ কৰিছে নতুন আঁচনিৰ দৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2019 4:46 pm
Ann Jojana

‘মুখ্য মন্ত্ৰীৰ সুলভ পুষ্টি-খাদ্য প্ৰাপ্তি যোজনা নামৰ আঁচনিখন উদ্বোধন কৰা দৃশ্য। ২৮ ফেব্ৰুৱাৰিত। ফটো : য়ু বি।

279
VIEWS
Share on FacebookShare on Twitter

সমাগত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিবলৈ আৰু মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত বিজেপি চৰকাৰে ভোটাৰৰ মন জয় কৰিবলৈ চাৰিওফালে আধাৰশিলা স্থাপন, আঁচনি ঘোষণা, অনুদান ঘোষণাৰ বৰষুণ সৃষ্টি কৰিছে।

মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীৰ পৰা দলৰ বিধায়ক পৰ্য্যন্ত সকলো নামি পৰিছে এতিয়া আধাৰশিলা স্থাপন, হিতাধিকাৰীক সামগ্ৰী বিতৰণৰ অভিযানত।

আনকি হিতাধিকাৰীৰ মাজত এটকীয়া চাউল বিতৰণ কৰিবলৈও দলটোৱে পাতিছে সভা।

কংগ্ৰেছ চৰকাৰৰ দিনত সূতা-কম্বল বিলোৱাৰ দৰেই একেই পথ লৈছে বিজেপিয়েও। এটা সময়ত সূতা-কম্বল, হিতাধিকাৰীৰ ৰাজনীতি কৰা বুলি কংগ্ৰেছৰ বিৰুদ্ধে সততে অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে।

এতিয়া সেই বিজেপিক কেইটামান এল ই ডি বাল্ব বিলাবলৈও ৩০-৪০ লাখ টকাৰ সভা পতা দেখা গৈছে।

খোদ মুখ্য মন্ত্ৰী ৰাজধানীত গুৰুত্বপূৰ্ণ কাম পেলাই থৈ প্ৰায় প্ৰতিটো দিন ব্যস্ত হৈ পৰিছে এই আধাৰশিলা, হিতাধিকাৰীক লৈ।

ইপিনে অভিযোগ উঠিছে যে কংগ্ৰেছৰ দিনত লোৱা জনকল্যাণমূলক আঁচনিবোৰকে ইফাল-সিফাল কৰি বিজেপিয়ে নিজৰ চৰকাৰৰ বুলি চলাই দিছে। কংগ্ৰেছ চৰকাৰৰ দিনৰ অন্ত্যোদয়া অন্ন যোজনা আঁচনিক নতুন নাম দি ‘মুখ্য মন্ত্ৰীৰ সুলভ পুষ্টি-খাদ্য প্ৰাপ্তি যোজনা’ বুলি যোৱা ২৮ ফেব্ৰুৱাৰিত নতুন আঁচনিৰ দৰে পুনৰ শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰীয়ে। অথচ পূৰ্বৰ আঁচনিখনত হিতাধিকাৰীয়ে ৩টকাৰ ঠাইত এটকাত চাউল লাভ কৰিব। কেৱল দামটো ২টকা হ্ৰাস কৰিয়েই একেবোৰ হিতাধিকাৰী, একেই লক্ষ্য, উদ্দেশ্যৰ আঁচনিখনক নতুন আঁচনি হিচাপে গোটেই ৰাজ্যত শুভাৰম্ভ কৰে চৰকাৰখনে।

একেদৰে বিজেপি চৰকাৰখনে লোৱা প্ৰায়বোৰ আঁচনিয়েই পূৰ্বৰ চৰকাৰৰ দিনত আৰম্ভ কৰা আঁচনিৰে সামান্য ইফাল-সিফাল ৰূপ। এই কথাৰ পৰাই প্ৰমাণ হৈছে যে জনহিত আৰু জনকল্যাণৰ দিশত কংগ্ৰেছ চৰকাৰে লোৱা আঁচনিসমূহৰ গুৰুত্ব অস্বীকাৰ কৰিব পৰা নাই বিজেপি চৰকাৰে। তাৰোপৰি নিজাকৈ ভাল আঁচনি উদ্ভাৱন কৰাত ব্যৰ্থ হৈছে চৰকাৰখন। আনকি মোদীয়ে কেন্দ্ৰতো বহুতো আঁচনিৰ পুনৰ নামকৰণেৰে চলাই আছে কংগ্ৰেছৰ দিনৰ আঁচনিকে।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd