• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন সমাগত : হাতত একাধিক আঁচনি লৈ ৬ মাৰ্চত মাজুলীলৈ আহিব মুখ্য মন্ত্ৰী

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 4, 2019 6:25 pm
sarbananda-sonowal

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো, উৎস ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত নিত্য নতুন আঁচনিৰ আধাৰশিলা স্থাপনৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ তৎপৰ হৈ পৰিছে শাষনাধিষ্ঠ বিজেপি চৰকাৰ। ইয়াৰ মাজতে মাজুলীত একাধিক আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে ভূমিহীন পৰিয়ালক ভূমি আৱণ্টন পত্ৰ বিতৰণৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা ৬ মাৰ্চত মাজুলীলৈ আহিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বুধবাৰে পুৱাৰ ভাগত গড়মূৰত উপস্থিত হোৱাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে ডৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

Apply Now

এই অনুষ্ঠানতে সোণোৱালে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে প্ৰায় ৪.৯৮ কোটি টকা ব্যয়েৰে গড়মূৰৰ সমীপৱৰ্তী বৰুণ-চিতাদাৰচুক গাঁৱক হস্ততাঁত আৰু বয়নশিল্পৰ এখন ‘আদৰ্শ গাঁও’ হিচাপে গঢ়ি তুলিবলৈ লোৱা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

তদুপৰি, বিভাগটোৰ অধীনত কমলাবাৰীত ২০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা এটা ‘সূতা বেংক’ (য়াৰ্ণ বেংক)ৰ আধাৰশিলাৰ লগতে ৰাজ্যৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ পুঁজিৰে গড়মূৰ, আউনিআটী, দক্ষিণপাট আৰু উত্তৰ কমলাবাৰী সত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা ৪টা ছাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন কৰা হ’ব। সত্ৰ চাৰিখনত নিৰ্মাণ কৰিবলৈ লোৱা উক্ত ছাত্ৰী নিবাসৰ প্ৰতিটোৰ বাবে ৫০ লাখ টকাকৈ পুঁজি ধাৰ্য কৰা হৈছে।

সেইদিনাৰ অনুষ্ঠানতে তেওঁ জিলাখনৰ পহুমাৰাত ৰাজ্যৰ কাৰিকৰী শিক্ষা বিভাগে ৫০ কোটি টকা ব্যয়েৰে স্থাপন কৰিবলৈ লোৱা এখন প’লিটেকনিক প্ৰতিষ্ঠান আৰু উজনি মাজুলীৰ কাৰ্কিচুকত ৰাজ্যিক পণ্যাগাৰ নিগমে প্ৰায় ৩ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এটা পণ্যাগাৰৰো আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ লগতে ১,৪৫০টা ভূমিহীন পৰিয়ালক মাটিৰ আৱণ্টন পত্ৰ বিতৰণ প্ৰক্ৰিয়াও মুখ্য মন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰাৰ লগতে ৰাজ্যৰ চৰ উন্নয়ন বিভাগৰ অধীনত মাজুলী জিলাৰ দুখীয়া পৰিয়ালৰ ছাত্ৰীক বিনামূলীয়া চাইকেল-ছাতিৰ লগতে এনে দৰিদ্ৰ পৰিয়ালৰ মহিলাক চিলাই মেচিন, সৌৰশক্তি চালিত গৃহচাকি আৰু কৃষকক তাৰা হেণ্ডপাম্প বিতৰণ প্ৰক্ৰিয়াও উদ্বোধন কৰিব।

আনহাতে ৭ মাৰ্চৰ দিনা তেওঁ আনন্দৰাম বৰুৱা বঁটা বিতৰণী অনুষ্ঠানত ভাগ ল’ব।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd