• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লংকাইজানৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান: ৰাজনৈতিক আক্ৰোশৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2019 7:12 am
157-702x336

লংকাইজানৰ উচ্ছেদ অভিযান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কার্বি আংলং জিলাৰ লংকাইজানত শ শ বিঘা মাটি বেদখল কৰি খেতি কৰি অহা   ভূমিৰ পৰা বেদখলকাৰীসকলক প্ৰশাসনে উচ্ছেদ কৰা কাৰ্যক ৰাজনৈতিক আক্ৰোশ বুলি অভিহিত কৰিছে একাংশ লোকে। শনিবাৰৰ পৰা প্ৰথমতে উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছিল যদিও ঘটনাস্থলীত উদ্ভৱ হোৱা হুলস্থুলীয়া পৰিৱেশৰ বাবে প্ৰশাসনে উচ্ছেদ বন্ধ কৰিবলগীয়া হৈছিল।

কিন্তু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে জিলা প্ৰশাসনৰ সহযোগত পুনৰ উচ্ছেদ অভিযান চলাই বেদখলকাৰীক উচ্ছেদ কৰে।

Apply Now

বেদখলকাৰীসকলৰ মুঠ ১০১৬টা পৰিয়ালে প্রত্যেকে দহ বিঘাৰ পৰা পঞ্চাশ বিঘালৈকে মাটি দখল কৰি তাত খেতি কৰি আহিছিল। কিন্তু কাৰো হাততেই কোনো কাগজ-পত্র নথকাত সেয়া যে অবৈধভাৱে দখল কৰা হৈছে সেয়া নিশ্চিত হৈ পৰিছিল।

আনহাতে, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এবছৰ পূর্বে উক্ত অঞ্চলত উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰিছিল। উক্ত অঞ্চলটো হোজাই জিলাৰ সীমান্তত হোৱা হেতুকে বেদখলকাৰীসকলে সেয়া হোজাই জিলাৰ অন্তৰ্ভুক্ত বুলিহে দাবী কৰে। কিন্তু কোনো জাননী নিদিয়াকৈ উচ্ছেদ অভিযান আৰম্ভ কৰাৰ বাবে বেদখলকাৰীসকল বিপাঙত পৰে।

ইপিনে, স্থানীয় একাংশ লোকে এই উচ্ছেদক ৰাজনৈতিক আক্ৰোশ বুলি অভিযোগ কৰে।এই লোকসকলে পম্পী নলা অঞ্চলত চল্লিশ বছৰৰো অধিকা কাল ধৰি বাস কৰি থকা বুলি দাবী কৰে।তেওঁলোকে এয়া বিজেপি চৰকাৰে সংখ্যালঘু মুছলমানৰ ওপৰত কৰা অত্যাচাৰৰ নির্দশন বুলিহে ক্ষোভ ব্যক্ত কৰে।

বেদখলকাৰী বুলি উচ্ছেদ কৰা লোকসকলৰ একাংশই তেওঁলোকক মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে বাংলাদেশী বুলি কৰা মন্তব্যতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকৰ সকলোৰে নাম এন আৰ চিত থকা বুলিও দাবী কৰে।

ধুবুৰী, ছয়গাঁও, মৈৰাবাৰী আদি ঠাইৰ পৰা অহা এই লোকসকলে গাওঁবুঢ়াক দহ বিঘা মাটিত পাঁচ হাজাৰ টকাকৈ আদায় দি এই মাটি লোৱা বুলি কয় যদিও এইক্ষেত্ৰত তেওঁলোকৰ হাতত কোনো নথি নাই।

ইপিনে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ৰাজহ বিষয়া তৰুণ ইংতিয়ে বেদখলকাৰীসকলক উচ্ছেদৰ জাননী দিয়া বুলি সদৰী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd