• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লওক নিৰ্বাচনী সুযোগ : এচ চি ই আৰ টিত মুকলি অৰ্ধ শতাধিক পদ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2019 7:52 am
এচ চি ই আৰ টিৰ মুখ্য কাৰ্য্যালয়ৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

এচ চি ই আৰ টিৰ মুখ্য কাৰ্য্যালয়ৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

লোক সভা নিৰ্বাচন সমাগত। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে ৰাজ্যৰ খালী হৈ থকা বিভিন্ন বিভাগৰ পদ সমূহ পূৰণ কৰাৰ বাবে উঠি-পৰি লাগিছে বিভাগ সমূহ, যাতে কম বেছি পৰিমানে হ’লেও নিযুক্তি দি ৰাজ্যৰ যুৱ প্ৰজন্মক আকৰ্ষণ কৰিব পৰা যায়।

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়তো মুকলি হৈছে অৰ্ধ শতাধিক পদ। কনিষ্ঠ সহয়কাৰী, ষ্টেন’গ্ৰাফাৰ, কাৰ্য্যালয় সহায়কাৰী, গ্ৰন্থাগাৰিক, শিক্ষক, কম্পিউটাৰ শিক্ষক, টাইপিষ্টকে আদি কৰি ভালে সংখ্যক পদ মুকলি কৰি দিছে বিভাগটোৱে।

ৰাজ্যৰ ১৮ বছৰৰপৰা ৪৪ বছৰৰ ভিতৰলৈ সকলো নিৰ্দিষ্ট বিষয়ত প্ৰশিক্ষণ প্ৰাপ্ত স্নাতক প্ৰাৰ্থীয়ে পদ সমূহত আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থী সকলে ১২ এপ্ৰিলৰ আগতে বিভাগটোৰ ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰিব।

উল্লেখোগ্য যে, কেন্দ্রৰ নৰেন্দ্ৰ মোদী চৰকাৰে নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰিছিল যদিও কাৰ্য্যকালৰ পাঁচটা বছৰত সেই প্ৰতিশ্ৰুতি পালন কৰাত সম্পূৰ্ণৰূপে সফল নহ’ল। আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পূৰ্বে চৰকাৰখনে পাৰ্য্যমানে বিভাগ সমূহত খালীহৈ থকা পদ সমূহৰ বিজ্ঞাপন দিয়া পৰিলক্ষিত হৈছে।

আবেদন কৰাৰ বাবে তলৰ লিংকটোলৈ গৈ ক্লিক কৰক: http://www.scertassamonline.in/

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd