• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত দিবাংগসকলৰ বাবে স্থাপন কৰা হ’ব বিশ্ববিদ্যালয় : মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2019 5:58 pm
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

635
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ গোপীনাথ নগৰত উত্তৰ-পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। সভাত অংশলৈ সোণোৱালে দিবাংগসকলৰ বাবে ডিব্ৰুগড় জিলাত এখন আই টি আই আৰু এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব বুলিও কয়।

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু অসম বধিৰ সন্থাৰ সহযোগত আয়োজিত সভাত নতুন ভৱন নিৰ্মানৰ আধাৰশিলা স্থাপন কৰি সোণোৱালে ভবিষ্যত দিনত মহাবিদ্যালয়খনে ৰাজ্যৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ বধিৰ সকলৰ উচ্চশিক্ষাৰ সপোনক বাস্তৱ ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। ৰাজ্য চৰাকে শিক্ষানুষ্ঠানখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি সকলো শ্ৰেণীৰ জনসাধাৰণক মৰ্যদা সহকাৰে উন্নয়নৰ দিশত আগুৱাই নিব পাৰিলেহে সমাজ এখন শক্তিশালী হৈ পৰে বুলি কয়।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় কৰ্মসূচীৰ উপৰি ৰাজ্য চৰকাৰ সমূহকো দিবাংগসকলৰ সকলো প্ৰকাৰৰ উন্নয়নৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল বুলি সোণোৱালে কয়। সেই নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰে প্ৰথমখন বাজেটতে দিবাংগসকলৰ বাবে চিকিৎসা ব্যয় পাঁচ হাজাৰ টকা প্ৰদানৰ কথা ঘোষণা কৰি তাক বাস্তৱায়িত কৰিছে আৰু দিবংগসকলে যাতে সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে প্ৰতিমাহে এক হাজাৰ টকা প্ৰদানৰ কাৰ্য্যসূচীও গ্ৰহন কৰিছে বুলি মন্তব্য কৰে।

আজিৰ সভাত সাংসদ বিজয়া চক্ৰৱৰ্তী, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসম বধিৰ সন্থাৰ সম্পাদক তপন শৰ্মাকে ধৰি ভালেকেইগৰাকী অতিথি উপস্থিত থাকে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd