• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয় তীব্ৰ আৰ্থিক সংকটত : ২০১৬-১৭-অৰ বাজেটত ১০০ কোটি ধাৰ্য্য কৰা দেখুৱাই এটকাও নিদিলে হিমন্তই

বিশ্ববিদ্যালয়খনত খালী আছে ১৪৯টা শিক্ষকৰ পদ; ৫৫০০ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলত আছে মাথো ৫৩১টা আসন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 12:50 pm
cotton university assam

কটন বিশ্ববিদ্যালয়। ছবি- shillong timesৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰ পূৰ্বে ঐতিহ্যমণ্ডিত কটন কলেজক কটন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰৱল বিৰোধিতা হোৱাৰ সময়ত তদান্তীনত শিক্ষা মন্ত্ৰী তথা বিত্ত মন্ত্ৰী হিমন্তই বিশ্ববিদ্যালয়খনক এখন বিশ্বমানৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কৰিবলৈ অসম চৰকাৰ আগ বাঢ়িছে বুলি ইয়াত বাধা নিদিবলৈ আহ্বান জনাইছিল। কিন্তু মন্ত্ৰীজনৰ কথা যে এটা ফোঁপোলা প্ৰতিশ্ৰুতিহে আছিল সেয়া প্ৰমাণ হৈছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই উদঙাই দিয়া তথ্যত।

৭ মাৰ্চত ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়খনৰ ছুডমাৰ্চন হ’লত সংবাদ মাধ্যমৰ আগত কয় যে বিত্ত মন্ত্ৰীজনে ২০১৬-১৭-অৰ বাজেটত প্ৰতিষ্ঠানটোৰ বাবে ১০০ কোটি ধাৰ্য্য কৰা দেখুৱাই আজিলৈকে এটকাও নিদিলে। ফলত বিশ্ববিদ্যালয়খন এতিয়া চৰম আৰ্থিক সংকটত পৰিছে আৰু সকলো ধৰণৰ উন্নয়ন, আন্তঃগাঁথনিৰ কাম স্তব্ধ হৈ আছে।

Apply Now

আনহাতে ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৰ প্ৰয়োজনৰ তালিকাখন বৃদ্ধি পোৱাৰ বিপৰীতে য়ু জি চিৰ পৰা পোৱা কিছুমান অনুদান পোৱাৰ পৰা বঞ্চিত হৈ আছে।

বিশ্ববিদ্যালয়খনত শিক্ষকৰ ১৪৯টা পদ খালী হৈ আছে। ইয়াৰ ফলত উপযুক্ত পাঠদানৰ পৰা বঞ্চিত হৈ আছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। একেদৰে অনা-শিক্ষক কৰ্মচাৰীৰ পদো প্ৰায় ৫০টা খালী হৈ থকা বুলি জনালে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই।

সেইদৰে প্ৰয়োজন অনুপাতে ছাত্ৰাৱাস, ছাত্ৰীনিৱাসৰ অভাৱ। প্ৰায় ৫৫০০ ছাত্ৰ-ছাত্ৰী থকা বিশ্ববিদ্যালয়খনত প্ৰায় ৫০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবেহে হোষ্টেলৰ আসন আছে। নতুনকৈ হোষ্টেল নিৰ্মাণ আৰু পুৰণিবোৰৰ মেৰামতিৰ বাবে নাই আৰ্থিক অনুদান।

সাধাৰণ সম্পাদক কলিতাই জনোৱা মতে, ছাত্ৰ একতা সভাই চৰকাৰক বিশ্ববিদ্যালয়খনে সন্মুখীন হৈ থকা সমস্যাসমূহ উল্লেখ কৰি এইবোৰ শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাই চাৰি মাহৰ পূৰ্বে স্মাৰক পত্ৰ দিছিল। তাৰ পিছতো চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। অনতি পলমে সমস্যাবোৰ সমাধান নকৰিলে কটনৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ছাত্ৰ একতা সভাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd