• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মালৈ অসম চৰকাৰৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ বঁটা

মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগানন্দ চন্দ্ৰ গোস্বামীলৈ ২০১৬ বৰ্ষৰ মাধৱ দেৱ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ২০১৭ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, ২০১৬ আৰু ২০১৯ বৰ্ষৰ মাধৱদেৱ বঁটা ক্ৰমে মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগানন্দ চন্দ্ৰ গোস্বামী আৰু প্ৰথিতযশা ভাৰতীয় নৃত্য ইতিহাসবিদ পণ্ডিত আৰু সমালোচক ড০ সুনীল কোঠাৰী আৰু ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা ওদালগুৰিৰ বৰঙাজুলী শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ আগবঢ়াইছে।

১৯৩৮ চনত জন্ম গ্ৰহণ কৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই সত্ৰীয়া সংস্কৃতিৰ লগতে থিয় নাম, ঘোষা, হলিগীত, নাওখেল গীত, ভাওনা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে প্ৰসাৰৰ ব্যৱস্থা কৰাৰ উপৰি নতুন দিল্লী, পাটনা, হিমাচল প্ৰদেশ দক্ষিণ ভাৰতত প্ৰদৰ্শনৰ মাধ্যমেদি সংস্কৃতি প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

Apply Now

বিভিন্ন বঁটাৰে বিভূষিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ২০১১ চনত সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা, ২০১২ চনত অসম জাতীয় বিদ্যালয়ৰ ফেল’শ্বিপ, ২০১৩ চনত শাখা সত্ৰ সমাজ বৰপেটাৰ পৰা মথুৰাদাস বুঢ়া আতা বঁটা, ২০১৪ চনত বদলা আতা সেৱা সমিতি, কমলাবাৰী সত্ৰ অসমৰ তৰফৰ পৰা বদলা পদ্মআতা সন্মান, ২০১৬ চনত সঞ্চাৰণ, যোৰহাটৰ তৰফৰ পৰা আগবঢ়োৱা শংকৰ মাধৱ সন্মান লাভ কৰিছে।

মাধৱ দেৱ বঁটাৰ বাবে নিৰ্বাচিত মায়ামৰা দিনজয় সত্ৰ চাবুৱাৰ সত্ৰাধিকাৰ যোগানন্দ চন্দ্ৰ গোস্বামী শ্বিলঙৰ চেইণ্ট এন্থনিজ কলেজৰ স্নাতক। গোস্বামীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া সংগীতৰ স্বীকৃতি লভাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন দিশ কাকত-আলোচনীত লিখনীৰ জৰিয়তে প্ৰকাশ কৰি আহিছে।

বিশিষ্ট নৃত্য সমালোচক পণ্ডিত তথা অধ্যাপক ড০ সুনীল কোঠাৰীয়ে ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন নৃত্য শৈলী সম্পৰ্কে ১২ খন মূল্যৱান গ্ৰন্থ ৰচনা কৰি ভাৰতীয় সংগীত সাহিত্যক সমৃদ্ধ কৰিছে। ২০০১ চনত পদ্মশ্ৰী সন্মান লাভ কৰা কোঠাৰীয়ে ১৯৯৫ চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল।

আনহাতে কালিচৰণ ব্ৰহ্ম বঁটাৰ বাবে নিৰ্বাচিত হৰেকৃষ্ণ মহন্তই ২০১১-১২ চনত পিতাম্বৰদেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটা, ২০১২ চনত অপূৰ্ব সিংহ বঁটা আৰু বৰপেটা সত্ৰৰ পৰা ‘সত্ৰভূষণ’ উপাধি লাভি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd