• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিবা গোপন বুজাবুজি? : বৰ্তমানো ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 8, 2019 8:20 pm
Atul Borah Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী কোন? সেয়া একেষাৰে উত্তৰ দিয়া সম্ভৱ নহ’লেও আপুনি আচৰিত নহ’ব। কিয়নো এতিয়াও ইন্টাৰনেট অথবা ফলকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে অগপৰ সভাপতি অতুল বৰাই।

অসম সচিবালয়ৰ চি ব্লকৰ এটা কোঠা। এই কোঠাতে পূৰ্বে অতুল বৰাই ৰাজ্যৰ কৃষি বিভাগৰ কাম-কাজ চোৱা চিতা কৰিছিল আৰু সেই কোঠাৰ পৰাই পৰিচালনা কৰিছিল কৃষিৰ দৰে এটা বিয়াগোম বিভাগ। কিন্তু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বুকুৰ কুটুম অগপ দলৰ সভাপতি অতুল বৰাই যোৱা ৯ জানুৱাৰিৰ দিনা মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিলেও বৰ্তমানো কৃষি মন্ত্ৰী হিচাপে ৰাখিছে মন্ত্ৰী অতুল বৰাক।

Apply Now

বিজেপিৰ অগপৰ প্ৰতি থকা চেনেহ কিমান, বৰ্তমানো কোঠাটোৰ সন্মুখত আজি পৰ্য্যন্ত লাগি থকা এই ফলকখনৰ পৰাই স্পষ্ট হৈ পৰিছে এই কথা। ফলকখন বৰ্তমানো কৃষি, উদ্যানশস্য, খাদ্য সংসাধন, পশু ধন নিগমৰ মন্ত্ৰী হিচাপে ৰখা হৈছে অতুল বৰাক।

ইয়াৰোপৰি, ইন্টাৰনেটৰ পৰাও বাদ পৰা নাই অগপৰ দুজন কেবিনেট মন্ত্ৰীৰ নাম। ডিজিটেল ইণ্ডিয়াৰ পোষকতা কৰা বিজেপি চৰকাৰৰ দিনতেই  পদত্যাগী হ’লেও তেওঁলোক বৰ্তমানো হৈ আছে অসম চৰকাৰৰ মন্ত্ৰী।

এক সুত্ৰৰ পৰা জানিব পৰা মতে বৰ্তমানো মুখ্য মন্ত্ৰী সোণোৱালে অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই  ৰাজ্যপাললৈ। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে বিজেপিৰ নেতা-মন্ত্ৰীয়ে অগপক কটু ভাষাৰে সমালোচনা কৰিলেও আজি পৰ্য্যন্ত অগপৰে মিত্ৰতা বিচাৰে বিজেপিৰ উচ্চস্তৰীয় নেতাই।

প্ৰশ্ন হয়, সঁচাকৈয়ে অগপৰ সদ্য পদত্যাগী মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীয়ে পদত্যাগ কৰিছিল নে? নে পদত্যাগৰ নামত এখন নাটক ৰচনা কৰি অসমৰ জনসাধাৰণক আন্ধাৰত ৰাখিব বিচাৰিছে অগপই?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd