• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত উলহ-মালহেৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 9, 2019 6:51 am
মাজুলীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দৃশ্য

মাজুলীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দৃশ্য

301
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত শুকুৰবাৰে মাজুলীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ সহযোগত গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত নাৰী দিৱসত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মাজুলীৰ নাৰী সমাজক উৎসাহিত কৰে।

ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে ভাষণত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি সমাজত লিংগ বৈষম্য আঁতৰোৱাৰ বাবে থকা আইনী ব্যৱস্থাসমূহৰ বিষয়ে আৱগত কৰে। তাৰোপৰি, মহিলা সবলীকৰণৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন আঁচনিৰ বিষয়ে ৰাজ্যৰ মহিলাসকলৰ মাজত বিশেষ ভাৱে প্ৰচাৰ চলাই সচেতনতা বৃদ্ধিৰ পোষকতা কৰে।

আনহাতে, লিংগ বৈষম্যমুক্ত এখন সমাজ গঢ়িবলৈ হ’লে গ্ৰামাঞ্চলৰ নাৰী সকলৰ বাবে আৰ্থিক নিৰাপত্তা নিশ্চিত হোৱাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে তালুকদাৰে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই নাৰী দিৱসৰ অনুষ্ঠান উদ্বোধন কৰি নাৰীসকলক সংস্কৃতি আৰু সভ্যতাৰ ধাৰা-বাহক বুলি অভিহিত কৰে। উপায়ুক্তগৰাকীয়ে বিশ্বব্যাপি নাৰীসকলৰ বাবেই সমাজ আৰু সভ্যতাৰ উত্তৰণ ঘটিছে বুলি মন্তব্য কৰে।

আনহাতে, অনুষ্ঠানত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি ২০১৯ বৰ্ষৰ নাৰী দিৱসৰ মূখ্য বিষয় ‘শ্ৰেষ্ঠতাৰ বাবে সমতা’ ৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত উপস্থিত থাকি অধিবক্তা পুনম খাউণ্ডে নাৰী সৰবৰাহ আৰু আইনগত দিশৰ বিষয়ে, সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই সমাজত ডাইনীজনিত অন্ধবিশ্বাসৰ ভয়ংকৰ প্ৰভাৱ আৰু ইয়াৰ সৈতে জড়িত আইনী ব্যৱস্থাৰ বিষয়ে মহিলাসকলক বহলভাৱে অৱগত কৰে।

মাজুলীৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ সঞ্চালনাত অনুষ্ঠিত নাৰী দিৱসৰ অনুষ্ঠানত নাৰী অধিকাৰ, নাৰী নিৰ্যাতন-বৈষম্যৰ বিৰুদ্ধে সামাজিক সচেতনতা, ডাইনী সম্বন্ধীয় অন্ধবিশ্বাস আদি বিষয়ত অন্য কেইবাগৰাকী মহিলাই বক্তব্য আগবঢ়ায়।

মাজুলী জিলা পৰিষদৰ নৱনিৰ্বাচিত সভানেত্ৰী পাপু দত্ত হাজৰিকা, ৰাজ্যিক মহিলা আয়োগৰ সদ্স্যা ধীৰা তালুকদাৰে অংশগ্ৰহণ কৰা অনুষ্ঠানত মাজুলীৰ ভালেকেইগৰাকী নাৰী সংগঠক, আশাকৰ্মী, এন জিঅ’ৰ মহিলা কৰ্মকৰ্তা আৰু বহু সংখ্যক উদ্যমী মহিলা উপস্থিত থাকে।

 

Recent News

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd