• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈৰ পৰা তিনিদিনলৈ চৰকাৰী বাতৰিৰ প্ৰকাশ বন্ধৰ সিদ্ধান্ত উত্তৰ-পূব বাতৰিকাকত সংস্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2019 8:20 am
প্ৰতিনিধিত্ব মূলক ফটো। উৎস-ইণ্টাৰনেট

প্ৰতিনিধিত্ব মূলক ফটো। উৎস-ইণ্টাৰনেট

627
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰ অৱহেলা আৰু অমনোযোগিতাৰ প্ৰতিবাদত উত্তৰ-পূৱ বাতৰি কাকত সংস্থাই ১০, ১১ আৰু ১২ মাৰ্চত প্ৰকাশ পাবলগীয়া কাকতত ৰাজ্য চৰকাৰৰ কোনোধৰণৰ বাতৰি, ফটো আৰু বিজ্ঞাপন প্ৰকাশৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে অগ্ৰদূত ভৱনত অনুষ্ঠিত বৈঠকত সংস্থাই এই সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে, বিভিন্ন দাবীলৈ উত্তৰ-পূৱ বাতৰি কাকত সংস্থাৰ এটা প্ৰতিনিধি দলে বিগত বৰ্ষৰ আৰম্ভণিতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল আৰু অভিযোগসমূহ উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰী সোণোৱালে শীঘ্ৰেই দাবী সমূহ পুৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এবছৰ উকলি যোৱাৰ পাছতো সেয়া কাৰ্য্যত পৰিণত নোহোৱাৰ বাবেই সংস্থাই কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হ’ল বুলি উল্লেখ কৰে।

বিগত সময়ছোৱাত নিউজ প্ৰিণ্টকে ধৰি অন্যান্য ছপা সামগ্ৰী তথা পৰিবহণ ব্যয় বহু পৰিমানে বৃদ্ধি পাইছে যদিও সেই অনুপাতে ২০১৪ চনৰ পাছৰে পৰা অসমৰ বাতৰি কাকতসমূহত চৰকাৰী বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি পোৱা নাই যাৰ বাবে সংবাদ প্ৰতিষ্ঠান সমূহ সমস্যাৰ সন্মুখিন হ’বলগীয়াত পৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিজ্ঞাপনৰ নিৰিখ প্ৰতিবছৰে বৃদ্ধি কৰা আৰু বিজ্ঞাপনৰ দেনা কেন্দ্ৰীভূতভাৱে আদায় দিয়াৰ দায়িত্ব চৰকাৰৰ আছিল যদিও চৰকাৰে আজিলৈ ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে।

আনহাতে, ইয়াৰ পাছতো চৰকাৰে নিজৰ স্থিতি সলনি নকৰিলে ভবিষ্যতে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিছে উত্তৰ-পূৱ বাতৰি কাকত সংস্থায়।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd