• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনসংযোগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ এজাহাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 10, 2019 8:36 pm
303
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে অনুষ্ঠিত কৰা বিভাগটোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি-অনিয়ম সন্দৰ্ভত অতি শীঘ্ৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব সংঘটিত হোৱাৰ অভিযোগ তুলি দেওবাৰে দিচপুৰ আৰক্ষী থানাত দুৰ্নীতি বিৰোধী যুৱ শক্তি নামৰ এক সংগঠনে এজাহাৰ দাখিল কৰিছে।

এজাহাৰত সংগঠনটোৰ সাধাৰণ সম্পাদক শ্যামল দাসে কয়, ‘যোৱা ৩ মাৰ্চৰ দিনা পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু তাৰ পাছদিনা অৰ্থ্যাৎ ৪ মাৰ্চৰ দিনা বিয়লি চাৰি বজাৰ পূৰ্বে নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা চুড়ান্ত কৰি বাতৰি কাকতলৈ প্ৰেৰণ কৰিছিল।‘

গতিকে ইমান কম সময়ৰ ভিতৰত প্ৰায় ৩০ হাজাৰ প্ৰাৰ্থীৰ বহী নীৰিক্ষণ কৰাটো কিদৰে সম্ভৱ বুলি সংগঠনটোৰ সাধাৰণ সম্পাদকজনে প্ৰশ্ন উত্থাপন কৰে।

আনহাতে, বিভাগটোৰ সৰ্বে-সৰ্বা অ’ এছ ডি (বিশেয় দায়িত্বত থকা বিষয়া) ৰাজীৱ প্ৰকাশ বৰুৱাই আগেয়ে নিযুক্তি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি ৰাখিছিল বুলিও সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে গুৰুতৰ অভিযোগ অনাৰ লগতে অতি সোনকালে তেওঁক পদবীৰ পৰা বহিস্কাৰ কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালক দাবী জনোৱাৰ উপৰিও তেওঁৰ গ্ৰেপ্তাৰৰ বাবে দাবী তোলে।

ইয়াৰোপৰি, বিভাগত সংঘটিত কেলেংকাৰীৰ শীঘ্ৰে এক তদন্ত কৰি দুৰ্নীতিৰ লগত জড়িত সকলো ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবেও সংগঠনটোৱে দাবী জনায়।

আনহাতে জনসংযোগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অতি শীঘ্ৰে সংগঠনটোয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে সদৰী কৰে।

Recent News

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd