• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেইজনমান নেতাৰ গোপন এজেণ্ডা লৈ বিজেপিৰে মিত্ৰতা কৰিলে অগপই : ড০ জয়নাথ শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 13, 2019 4:34 pm
edb7afe2-05ff-4a94-ad7d-31344494976f

গুৱাহাটীত কংগ্ৰেছ নেতা ড০ জয়নাথ শৰ্মাৰ সংবাদেমেল। ফটো : নৰ্থইষ্ট নাও

395
VIEWS
Share on FacebookShare on Twitter

‘’অগপই দেখ দেখ কৈ অসমৰ ৰাইজক প্ৰবঞ্চনা কৰি বিজেপিৰ লগত মিত্ৰতা কৰিলে।‘’ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন অগপ নেতা জয়নাথ শৰ্মাই।

তদুপৰি জাতি ধ্বংসকাৰী নাগৰিকত্ব বিধেয়ক বিজেপিয়ে আনিছিল বুলি দাবী কৰি তেওঁ কয়, “কংগ্ৰেছৰ হেঁচাত তেওঁলোকে ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে। অমিত শ্বাহে বিলখন পুনৰ আনিব বুলি কৈ গৈছিল।”

তেওঁ লগতে কয়, “শ্বাহৰ ঘোষণাৰ পাছতো ক্ষমতাৰ লোভত জাতীয়তাবাদী শক্তিক ভৰিৰে মোহাৰি অগপই মিত্ৰতা কৰিলে।”

ইপিনে, বিজেপিৰ ৰাজনৈতিক সিদ্ধান্তৰ সৈতে অগপই হাত মিলালে বুলি মন্তব্য কৰে শৰ্মাই। তেওঁ লগতে বিজেপিৰ ৰাজনৈতিক সিদ্ধান্ত বিধেয়ক গৃহীত কৰাতো সন্মতি দিয়া বুলি কয়।

অতুল বৰাই নিজৰ মাতৃৰ আহ্বানত মিত্ৰতা ভংগ কৰিছিল। এই কথা বৰাক সোঁৱৰাই দি শৰ্মাই কয়, “অসমীয়া ৰাইজে তেওঁক অনুমতি দিছে নেকি জাতিটোক ধ্বংস কৰিবলৈ?’’

মঙলবাৰে নিশা বিজেপিক জাতিধ্বংসী নাগৰিকত্ব বিধেয়কখন মানি ল’ব বুলি বিজেপিক অগপই লিখি দিলে নেকি বুলিও বৰালৈ শৰ্মাই প্ৰশ্ন কৰে।

আনহাতে, অসমৰ হাজাৰ হাজাৰ জাতীয়তাবাদী নেতাক আন্ধাৰত ৰাখি কিয় মিত্ৰতা কৰিলে সেয়া অগপ নেতাক ৰাজহুৱা কৰিবৰ বাবেও তেওঁ আহ্বান জনায়।

ইপিনে, ৩কোটি ১৫ লাখ ভোট জলকীয়া বিতৰণ নকৰাকৈ বিতৰণ কৰা বুলি এক ডাঙৰ কেলেংকাৰি হৈছিল বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। ‘’এই কেলেংকাৰিৰ সৈতে অতুল বৰা জড়িত আছিল নেকি? সেইকাৰণে বিজেপিৰে পুনৰ মিত্ৰতা কৰিলে নেকি?’’ সাংবাদমেলত শৰ্মাৰ এইদৰে প্ৰশ্ন উত্থাপন কৰে।

অগপৰ দুমুখীয়া নীতি ধৰা পৰিছে বুলি মন্তব্য কৰি শৰ্মাই কয়, “বিজেপিয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে। কিন্তু অগপই প্ৰতিবাদ কৰা নাই।”

তদুপৰি, অগপ নেতাই চোৰৰ দৰে গৈ মিত্ৰতা কৰিলে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয়, ‘’কেইজনমান নেতাৰ গোপন এজেণ্ডা লৈ বিজেপিৰে মিত্ৰতা কৰিলে অগপই। তেওঁ সন্দেহ প্ৰকাশ কৰে যে ৰাজ্য সভাৰ এখন আসন দিলেও ক্ষান্ত থাকিব অগপ নেতৃত্ব।

আনহাতে, অগপ-বিজেপিৰ মিত্ৰতাই কংগ্ৰেছৰ ক্ষতি নকৰে বুলি দোহাৰি শৰ্মাই কয় যে মোদীৰ মিছা প্ৰতিশ্ৰুতি ৰাইজে বুজি পাইছে, গতিকে জনসাধাৰণে এইবাৰ মোদীক আদৰি নলয়।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd