• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব সাংসদ কলিতা!

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ কোনে ক’ৰ পৰা পাব প্ৰাৰ্থিত্ব?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2019 6:32 pm
52586553_1009463602777755_1110989399593582592_o

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ গুৱাহাটী লোকসভা সমষ্টিৰ  আসনখনৰ পৰা নিজ দলৰ প্ৰাৰ্থী জিকাই নিবলৈ কংগ্ৰেছ-বিজেপি উভয় পক্ষই প্ৰাৰ্থিত্বকেন্দ্ৰিক চিন্তা চৰ্চা অব্যাহত ৰাখিছে। তাৰ মাজতেই খৱৰ অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অধিক চৰ্চিত হৈছে বৰ্তমান ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ নাম।

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ কলিতাই প্ৰতিদ্বন্দিতা কৰাটো বিচাৰিছে। সংবাদমাধ্যমৰ আগত আজি এই কথা সদৰী কৰে সাংসদ ভুৱনেশ্বৰ কলিতাই। অৱশ্যে মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰাও কলিতাই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Apply Now

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা লোকসভা কেন্দ্ৰিক বৈঠকৰ অন্তত কলিতাই কয়, ‘’দলে ইতিমধ্যে মোক লোকসভা নিৰ্বাচনত গুৱাহাটী অথবা মঙ্গলদৈ সমষ্টিৰ পৰা থিয় হ’বৰ কাৰণে আহ্বান জনাইছে। দলৰ আদেশ মই বহন কৰিব লাগিব। দলে মোক বিবেচিত কৰিলে মই নিৰ্বাচনত অৱতীৰ্ণ হ’ম। মইও কথাটো বিবেচনা কৰি আছো।‘’

আনহাতে, ইতিমধ্যে ৰাজ্যিক পৰ্য্যায়ত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে যদিও কেন্দ্ৰীয় পৰ্য্যায়ত প্ৰাৰ্থী বাছনি কিছু পৰিমাণে বাকী থকা বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে, দুয়োটা সমষ্টিৰ ভিতৰত যিকোনো এটাতে সাংসদজন অৱতীৰ্ণ হ’বলৈ প্ৰস্তুত বুলিও সদৰী কৰে সাংসদজনে।

‘’গুৱাহাটী সমষ্টিটো ইতিমধ্যে প্ৰতিনিধিত্ব কৰিছো আৰু মঙ্গলদৈৰ বাসিন্দা হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিলো। গতিকে দুয়োটা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিম।‘’ সংবাদ মাধ্যমৰ আগত এইদৰে কয় সাংসদজনে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ১৯৮৪, ২০০৮ চনত আৰু ২০১৪ চনৰ ১০ এপ্ৰিলত সাংসদজন অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। লগতে ১৯৯৮ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তদুপৰি, ২০০১ চনৰ পৰা ২০০৬ চনলৈ ৰাজ্যৰ গৃহ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল। লগতে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দীৰ্ঘদিন ধৰি কাৰ্য্যনিৰ্বাহ কৰি আছিল।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সুত্ৰৰ তথ্য মতে নগাওঁ লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুত বৰদলৈ আৰু দুৰ্লভ চমুৱা, কলিয়াবৰৰ পৰা গৌৰৱ গগৈ, যোৰহাটৰ পৰা সুশান্ত বৰগোঁহাই আৰু গায়ত্ৰী সন্দিকৈ, লখিমপুৰৰ পৰা অৰূপ বৰগোঁহাই আৰু জয়প্ৰকাশ দাস, কৰিমগঞ্জৰ পৰা স্বৰূপ দাস, শিলচৰৰ পৰা সুস্মিতা দেব, ডিব্ৰুগড়ৰ পৰা পৱনসিং ঘাটোৱাৰ, ধুবুৰীৰ পৰা আবু তাহেৰ বেপাৰী, বৰপেটাৰ পৰা আব্দুল খালেক, তেজপুৰ সমষ্টিৰ পৰা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া এম জি ভি কে ভানু আৰু টংক বাহাদুৰ ৰায়ৰ নাম প্ৰাৰ্থিত্বৰ দৌৰত আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd