• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যহস্তীৰ প্ৰৱেশ ৰোধৰ বাবে নাৰেংগীৰ সেনা ছাউনীৰ চৌপাশে নাৰকীয় ফান্দ সেনা কৰ্তৃপক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 9:12 am
Untitled_design_9-750x375

নাৰেংগীৰ সেনা ছাউনীত বনৰীয়া হাতীৰ প্ৰৱেশ ৰোধ কৰিবলৈ সেনাই পাতিছে লোহাৰ জোঙৰ ফান্দ। ফটো : দ্য হিন্দুৰ সৌজন্যত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্যহস্তীক বধ কৰিবলৈ ভাৰতীয় সেনা বাহিনীয়ে পতা লোৰ ফান্দত পৰি দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ নাৰেংগীৰ সেনা ছাউনীত সংঘটিত হোৱা এনে মৰ্মান্তিক ঘটনা পোহৰলৈ অহাৰ পাছতে বন্যপ্ৰাণী তথা প্ৰকৃতি প্ৰেমী সকলো ব্যক্তি আৰু সংগঠন জাঙুৰ খাই উঠিছে।

উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগে তদন্ত আৰম্ভ কৰিছে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি অহাৰ সময়তে সাতগাঁওস্থিত সেনা শিবিৰত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ উদ্দেশ্যে হাতী মৰাৰ ফান্দ পাতি সেনা কৰ্তৃপক্ষই চৰম অমানৱীয় কাণ্ড সংঘটিত কৰিছে।

Apply Now

আমচাং বন্যপ্ৰাণী সংৰক্ষণ অভয়াৰণ্যৰ গাতে লাগি থকা সাতগাঁও সেনা শিবিৰত  বনৰীয়া হাতীৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে সেনা শিবিৰৰ চাৰিসীমাত মাটিত পকী ঢালাই দি লোৰ জোং স্থাপন কৰিছে। ইয়াৰ ফলত আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ অহা বনৰীয়া হাতী এই লোৰ জোঙত খোঁচ খাই আঘাতপ্ৰাপ্ত হয়। এনেদৰে বহু বন্যহস্তী সেনাবাহিনীয়ে স্থাপন কৰা মৰণ ফান্দত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰাৰ আশংকা কৰা হৈছে।

আনহাতে, শেহতীয়াকৈ দুটাকৈ বনৰীয়া হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰাৰ পাছতে নাৰেংগীৰ সেনা শিবিৰত স্থাপন কৰা লোৰ জোঙৰ ফান্দৰ কথাটো পোহৰলৈ আহিছে।

জানিব পৰা মতে, এই সন্দৰ্ভত আমচাং বন্যপ্ৰাণী সংৰক্ষণ অভয়াৰণ্যৰ বোন্দাস্থিত বনাঞ্চলিক বিষয়া নৰেশ্বৰ দাসে যোৱা ২৫ডিচেম্বৰত উক্ত মৰণফান্দ উঠাই দিবলৈ সেনা কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰৰ প্ৰতি সঁহাৰি জনাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ২৭ ডিচেম্বৰত বন সংমণ্ডল বিষয়াই আন এক পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পাছতো সেনা কৰ্তৃপক্ষই বিষয়টোৰ সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰিলে আৰু আমচাঙৰ পৰা বনৰীয়া হাতী এই ফান্দৰ জোঙত খোঁচ খাই আঘাতপ্ৰাপ্ত হৈ আহিছে।

সেনা বাহিনীৰ দ্বাৰা সংঘটিত কৰা এনে বিবেচনাহীন কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত শীঘ্ৰে কাৰ্য ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd