DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্যহস্তীৰ প্ৰৱেশ ৰোধৰ বাবে নাৰেংগীৰ সেনা ছাউনীৰ চৌপাশে নাৰকীয় ফান্দ সেনা কৰ্তৃপক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 9:12 am
Untitled_design_9-750x375

নাৰেংগীৰ সেনা ছাউনীত বনৰীয়া হাতীৰ প্ৰৱেশ ৰোধ কৰিবলৈ সেনাই পাতিছে লোহাৰ জোঙৰ ফান্দ। ফটো : দ্য হিন্দুৰ সৌজন্যত

836
VIEWS
Share on FacebookShare on Twitter

বন্যহস্তীক বধ কৰিবলৈ ভাৰতীয় সেনা বাহিনীয়ে পতা লোৰ ফান্দত পৰি দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ নাৰেংগীৰ সেনা ছাউনীত সংঘটিত হোৱা এনে মৰ্মান্তিক ঘটনা পোহৰলৈ অহাৰ পাছতে বন্যপ্ৰাণী তথা প্ৰকৃতি প্ৰেমী সকলো ব্যক্তি আৰু সংগঠন জাঙুৰ খাই উঠিছে।

উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগে তদন্ত আৰম্ভ কৰিছে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি অহাৰ সময়তে সাতগাঁওস্থিত সেনা শিবিৰত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ উদ্দেশ্যে হাতী মৰাৰ ফান্দ পাতি সেনা কৰ্তৃপক্ষই চৰম অমানৱীয় কাণ্ড সংঘটিত কৰিছে।

আমচাং বন্যপ্ৰাণী সংৰক্ষণ অভয়াৰণ্যৰ গাতে লাগি থকা সাতগাঁও সেনা শিবিৰত  বনৰীয়া হাতীৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে সেনা শিবিৰৰ চাৰিসীমাত মাটিত পকী ঢালাই দি লোৰ জোং স্থাপন কৰিছে। ইয়াৰ ফলত আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ অহা বনৰীয়া হাতী এই লোৰ জোঙত খোঁচ খাই আঘাতপ্ৰাপ্ত হয়। এনেদৰে বহু বন্যহস্তী সেনাবাহিনীয়ে স্থাপন কৰা মৰণ ফান্দত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰাৰ আশংকা কৰা হৈছে।

আনহাতে, শেহতীয়াকৈ দুটাকৈ বনৰীয়া হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰাৰ পাছতে নাৰেংগীৰ সেনা শিবিৰত স্থাপন কৰা লোৰ জোঙৰ ফান্দৰ কথাটো পোহৰলৈ আহিছে।

জানিব পৰা মতে, এই সন্দৰ্ভত আমচাং বন্যপ্ৰাণী সংৰক্ষণ অভয়াৰণ্যৰ বোন্দাস্থিত বনাঞ্চলিক বিষয়া নৰেশ্বৰ দাসে যোৱা ২৫ডিচেম্বৰত উক্ত মৰণফান্দ উঠাই দিবলৈ সেনা কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰৰ প্ৰতি সঁহাৰি জনাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ২৭ ডিচেম্বৰত বন সংমণ্ডল বিষয়াই আন এক পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পাছতো সেনা কৰ্তৃপক্ষই বিষয়টোৰ সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰিলে আৰু আমচাঙৰ পৰা বনৰীয়া হাতী এই ফান্দৰ জোঙত খোঁচ খাই আঘাতপ্ৰাপ্ত হৈ আহিছে।

সেনা বাহিনীৰ দ্বাৰা সংঘটিত কৰা এনে বিবেচনাহীন কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত শীঘ্ৰে কাৰ্য ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে।

Recent News

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd