• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৫টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা : মুঠ ১০ টা সমষ্টিৰ প্ৰাৰ্থী তালিকাত অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2019 6:59 am
congress_12-768x511
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে অসমৰ ৫টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰিছে। আনহাতে, মুঠ ১০টা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে অনুমোদন জনাইছে।

প্ৰকাশ পোৱা প্ৰথমখন তালিকা অনুসৰি অসমৰ কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব স্বৰূপ দাস। সেইদৰে শিলচৰত বৰ্তমানৰ সাংসদ সুস্মিতা দেবকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

Apply Now

প্ৰত্যাশিতভাৱেই কলিয়াবৰত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়াৰ লগতে ডিব্ৰুগড়ত কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ পৱন সিং ঘাটোৱাৰক।

আনহাতে, যোৰহাটত এগৰাকী প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

1000ac51-65a3-4c9e-b127-83045e435f28
কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে অনুমোদন জনোৱা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা।

কংগ্ৰেছৰ প্ৰথমখন ১৮ জনীয়া প্ৰাৰ্থীৰ তালিকাত মেঘালয়ৰ দুখন আসনৰ প্ৰাৰ্থীও ঘোষণা কৰা হৈছে।

তদুপৰি, ছিকিমৰ এখন আসনৰ লগতে তেলেংগানাৰ ৮খন আসন, নাগালেণ্ডৰ এখন আৰু উত্তৰ প্ৰদেশৰ এখন আসনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হৈছে।

অসমৰ প্ৰথমখন তালিকাত নাম প্ৰকাশ পোৱা সুশান্ত বৰগোঁহাই থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। কলিয়াবৰৰ গৌৰৱ গগৈ আৰু শিলচৰৰ সুস্মিতা দেব বৰ্তমানৰ সাংসদ হোৱাৰ বিপৰীতে পৱন সিং ঘটোৱাৰ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে পাঁচবাৰ বিজয়ী হৈছিল।

তদুপৰি, তেওঁ ২০১১ চনত য়ু পি এ চৰকাৰৰ ড’নাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে, কৰিমগঞ্জৰ প্ৰাৰ্থী স্বৰূপ দাস জিলা কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা বিষয়ববীয়া আছিল যদিও নিৰ্বাচনী ৰাজনীতিত পূৰ্বে সফলতা লাভ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd