• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খেলপথাৰত যুঁজ নিদিয়াকৈয়ে চেন্নাইন এফ চিৰ বিৰুদ্ধে হাৰিল আইজল এফ চি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2019 4:37 pm
aizawl-fc-

আইজল এফ চি দলৰ ফাইল ফটো। উৎস : স্প'ৰ্টছকিদা

921
VIEWS
Share on FacebookShare on Twitter

যিকোনো খেলতে জয়-পৰাজয় থাকে। কিন্তু খেলপথাৰত যুঁজ নিদিয়াকৈয়ে যেতিয়া এটা দলে আনটো দলৰ সন্মুখত আত্মসমৰ্পণ কৰে সেয়াহে আশ্চৰ্যকৰ। ১৬ মাৰ্চত তেনে এক ঘটনা সংঘটিত হৈছে হিৰ’ ছুপাৰ কোৱালিফায়াৰ ফুটবল টুৰ্নামেণ্টত।

জানিব পৰা মতে হিৰ’ ছুপাৰ কাপৰ কোৱালিফায়াৰত শনিবাৰে উৰিষ্যাৰ ভুবনেশ্বৰস্থিত কালিংগা ষ্টেডিয়ামত আইজল এফ চি আৰু চেন্নাইন এফ চিৰ মাজত এখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ’ব লগীয়া আছিল। কিন্তু নিৰ্ধাৰিত সময়লৈকে খেলপথাৰত উপস্থিত নহ’ল আইজল এফ চিৰ দলটো।

আইজল এফ চিৰ দলটো সময়ত উপস্থিত হ’ব নোৱাৰাত কৰ্তৃপক্ষই মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এইদৰে চেন্নাইন এফ চি হিৰ’ ছুপাৰ কাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়।

উল্লেখ্য যে দেশৰ এখন আগশাৰীৰ ফুটবল টুৰ্নামেণ্টৰ কোৱালিফায়িং মেচত আইজল এফ চিৰ দলটো কি কাৰণত অনুপস্থিত থাকিল সেয়া জানিব পৰা হোৱা নাই।

আনহাতে দলটোৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ক্ষুন্ন হৈ পৰিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন। টুৰ্নামেণ্টৰ নীতি-নিয়ম অনুসৰি এই সমগ্ৰ বিষয়টো চালি-জাৰি চোৱা হ’ব বুলি ফুটবল ফেডাৰেশ্যনে টুইটযোগে জনায়।

ইফালে আইজল এফ চিৰ দৰে একেই ভুল গকুলাম কেৰেলা এফ চিয়েও কৰা পৰিলক্ষিত হৈছে। দলটোৱে নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱাত মেচখন বাতিল কৰি দিল্লী ডায়নামোজ এফ চিক বিজয়ী ঘোষণা কৰে।

উল্লেখযোগ্য যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হিৰ’ ছুপাৰ কাপ হ’ল এখন নকআউট পৰ্যায়ৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনত আই লীগ আৰু আই এছ এলৰ শীৰ্ষ ৬টা দলে মূল ৰাউণ্ডত আৰু শেষৰ চাৰিটা দলে কোৱালিফায়িং মেচৰ জৰিয়তে মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd