• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন দল-সংগঠনৰ শতাধিক কৰ্মীয়ে যোগদান কৰিলে এন পি পি দলত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2019 7:27 am
NPP-1-768x480

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতিত নতুনকৈ আত্মপ্ৰকাশ হোৱা নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এন পি পি দলেও আন ৰাজনৈতিক দল সমূহৰ দৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে।

নিৰ্বাচনৰ পূৰ্বে দলটোৱে নিজৰ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে যোৱা ১৭ মাৰ্চত গোৱালপাৰা চহৰৰ হজ ভৱনত ইমিছা বেগমৰ সভাপতিত্বত এখন যোগদান সভা অনুষ্ঠিত কৰা হয়।

সভাখনত মিঞা পৰিষদ আৰু এন চি পি দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় শতাধিক কৰ্মীয়ে দলৰ প্ৰতি আকৃষ্ট হৈ তথা শক্তিশালী আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত এন পি পি দলত যোগদান কৰে।

এই যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলটোৰ ৰাজ্যিক আহ্বায়ক দীপক ফুকনে কয় যে দিল্লীয়ে সদায় অসমৰ লগতে উত্তৰ-পূবক মাহীআইৰ দৃষ্টিৰে চাই আহিছে। সেয়ে আমি এন পি পি দলৰ কণ্ঠৰে জনাই দিব বিচাৰো যে উত্তৰ-পূবক আৰু শোষণ কৰিবলৈ দিয়া নহ’ব।

ইয়াৰ উপৰি শাসনাধিষ্ঠ দল বিজেপি আৰু পুনৰ নিৰ্লজ্জ আত্মসমৰ্পণৰে বিজেপিৰ মিত্ৰতা কৰা অগপ দলকো ক্ষুৰধাৰ সমালোচনা কৰে ফুকনে।

উক্ত যোগদান কাৰ্যসূচীত অভিজিত তালুকদাৰ, গৌৰী হাজৰিকা, তিলক চাংমা, মধুমণি বড়ো, অনন্ত গোস্বামী আদি উপস্থিত থাকি সাংগঠনিক দিশৰ লগতে সাম্প্ৰতিক সময়ত এই দলটোৰ প্ৰয়োজনীয়তা আদি দিশত বক্তব্য ৰাখে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm
সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

August 19, 2025 3:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd