• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্বৃত্তৰ গুলীত আহত শিলচৰৰ হাতীচেৰা পঞ্চায়তৰ বিজেপি সভাপতি সুখেন্দু দাসৰ মৃত্যু

ঘটনা সন্দৰ্ভত কাকো আটক কৰা নাই আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2019 10:09 am
Sukhendu das

গুলীচালনাত নিহত বিজেপি পঞ্চায়ত সভাপতি সুখেন্দু দাস। ফটোৰ উৎস : বৰাক বুলেটিন।

452
VIEWS
Share on FacebookShare on Twitter

দুৰ্বৃত্তৰ গুলীচালনাত আহত শিলচৰৰ বৰখলাৰ হাতীচেৰা পঞ্চায়তৰ বিজেপি সভাপতি সুখেন্দু দাসৰ মৃত্যু হৈছে। ১৯ মাৰ্চৰ সন্ধিয়া ৮ বজাত দাসে এটা কাৰ্য্যসূচীৰ পৰা উভতি আহোতে অচিনাক্ত দুৰ্বৃত্তই তেওঁক লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰিছিল।

গুলীচালনাত গুৰুতৰভাৱে আহত পঞ্চায়ত সভাপতিজনক শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেললৈ নিয়া হয়। গুৰুতৰভাৱে আহত দাসক লগে লগে আই চি য়ুত ভৰ্তি কৰা হয় যদিও ৰাতিয়ে মৃত্যু হয়। সভাপতি সুখেন্দু দাসৰ লগতে গুলীচালনাত আহত হৈছিল ৰিংকু সেনাপতি নামৰ এজন বিজেপি কৰ্মীও। ৰিংকু সেনাপতি এতিয়াও চিকিৎসাধীন।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কাকো আটক অথবা গ্ৰেপ্তাৰ কৰা নাই। আনকি ঘটনাটোত কোন জড়িত তাৰো ইংগিত দিয়া নাই আৰক্ষীয়ে। “কোনে গুলীয়ালে আৰু কিয় গুলীয়াইছে এই পৰ্য্যন্ত স্পষ্টকৈ একো জানিব পাৰ হোৱা নাই”, ঘটনাটোৰ কেইঘণ্টামানৰ পিছতে কাছাৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ ভাষ্য।

আনহাতে উধৰবন্দৰ বিধায়ক মিহিৰ সোমেও ঘটনাটোত উদ্বেগ প্ৰকাশ কৰে। তেওঁ ইয়াক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অঞ্চলটোত অস্থিৰতা সৃষ্টিৰ চক্ৰান্ত বুলি অভিহিত কৰে।

নিহত দাস যোৱা ডিচেম্বৰত সম্পন্ন পঞ্চায়ত নিৰ্বাচনত হাতীচেৰা পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত হৈছিল।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd