• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোটি টকাত অতুল বৰাই অগপক ’বন্ধক’ত দিছে বিজেপিক, দল এৰি বিস্ফোৰণ চৰণ ডেকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2019 9:32 pm
AGP executive council member Saran Deka resigns protesting party's alliance with BJP

চৰণ ডেকাৰ বুধবাৰৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপৰ ভেটি “সুদৃঢ় কৰিবলৈ” আছু এৰি কেশৱ মহন্ত-ভাতৃ মণিমাধৱ মহন্তই যোগদান কৰাৰ দিনটোতে কোটি টকাৰ বিনিময়ত দলটো বিজেপিক “বন্ধক”ত দিয়াৰ অভিযোগেৰে আমবাৰী এৰিছে জ্যেষ্ঠ নেতা চৰণ ডেকাই।

অগপৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ডেকাই বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ বাবে শেহতীয়াকৈ সভাপতি অতুল বৰাৰ নেতৃত্বত একাংশ নেতাই লোৱা সিদ্ধান্তৰ প্ৰতিবাদতে আঞ্চলিক দলটো ত্যাগ কৰা বুলি স্পষ্ট কৰিছে।

Apply Now

“নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত আপুনি আৰু আপোনাৰ সহযোগী শীৰ্ষ পদবীধাৰী নেতাই পৰোক্ষ/প্ৰত্যক্ষভাৱেই তথা মৌন সমৰ্থনেৰে আদৰাৰ কথা নিপাতনে সিদ্ধৰ দৰে প্ৰমাণিত কৰিছে। আপুনি দলত কৰ্তইত্বপ্ৰাপ্ত সভাত আলোচনা অবিহনেই মন্ত্ৰিত্বৰ গাদীত বহিবলৈ কুন্ঠাবোধ নকৰাৰ ঘটনাই এই কথা প্ৰমাণিত কৰিছে। আৰু দলৰ সাধাৰণ পৰিষদত সিদ্ধান্ত নোলোৱাকৈ তথাকথিত মিত্ৰতাৰ নামত কেই কোটিমান টকাত বিজেপিৰ ওচৰত দলটোক বন্ধকত দিয়াৰ কাৰ্য্যকলাপে এই কথা প্ৰমাণিত কৰিছে,” অগপ সভাপতিক আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত নিজহাতে দিয়া পত্ৰত এই মন্তব্য ডেকাৰ।

পদত্যাগ পত্ৰত ডেকাই সভাপতিজনক “দায়িত্বজ্ঞানহীন” বুলিও অতি কঠোৰভাৱে সমালোচনা কৰিছে।

“দলটোৰ শীৰ্ষতম পদত অধিষ্ঠিত হৈ সাংগঠনিক স্থিতি/শক্তি বৃদ্ধি কৰি অসমৰ জনগণৰ সমৰ্থনযোগ্য হ’ব পৰাকৈ আপুনি একোৱেই কৰিব নোৱাৰিলে। আপোনাৰ যে সদ্দিচ্ছা, সৎ সাহস আৰু জনগণৰ স্বাৰ্থৰ প্ৰতি দায়িত্ববোধ নাই, সেই কথা এতিয়া অসমৰ জনসাধাৰণৰ মুখে-মুখে ধ্বনিত হৈছে,” ডেকাৰ চিঠিৰ উদ্ধৃতি।

উল্লেখযোগ্য যে,  যোৱা ২৬ ফেব্ৰুৱাৰিত এক সংবাদমেলযোগে ডেকাই অগপ দলৰ হৈ গুৱাহাটী নাইবা বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ আশা প্ৰকাশ কৰিছিল। কিন্তু বিজেপিৰে সৈতে মিত্ৰতা স্থাপনে ডেকাৰ স্বপ্ন ধূলিসাৎ কৰি পেলালে। ডেকা দীৰ্ঘদিনধৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক আছিল।

ডেকাৰ পূৰ্বে দলটোৰ উপ-সভাপতি দিলীপ বৰা, তথ্য আৰু প্ৰচাৰ সম্পাদক দিৱস ফুকন, লাচিত বৰদলৈ আদি কেইবাগৰাকীও নেতাই মিত্ৰতা বিৰোধ কৰি দলত্যাগ কৰিছিল।

তাৰোপৰি মিত্ৰতাৰ বিৰোধ কৰি সংবাদ মাধ্যমত বক্তব্য ৰখাৰ বাবে অগপৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য প্ৰণৱ গোস্বামীকো বহিষ্কাৰ কৰা হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd