• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোণোৱাল, হিমন্তক লগত লৈ ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ মনোনয়ন পত্ৰ দাখিল

বেংক একাউণ্টৰ নথি-পত্ৰ জমা নিদিয়াৰ বাবে মনোনয়ন দাখিল কৰিব নোৱাৰিলে ঘাটোৱাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2019 6:38 pm
22-03-19 Dibrugarh- BJP Rameshwar Teli nomination filing (4)

ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৰামেশ্বৰ তেলী

555
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে আজি সদল বলে গৈ ডিব্ৰুগড়ৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেলীয়ে সহস্ৰাধিক দলীয় কৰ্ম-কৰ্তা আৰু সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলীয় কৰ্ম-কৰ্তা সকলৰ লগতে ৰামেশ্বৰ তেলীক সংগ দিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড়ৰ স্থানীয় বিধায়ক তথা জেষ্ঠ বিজেপি নেতা প্ৰশান্ত বৰফুকনে

মনোনয়ন পত্ৰ দাখিলৰ পাছত সংবাদ মাধ্যমৰ আগত সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ দ্ৰুত উন্নয়নৰ যাত্ৰাক নতুন গতি দিয়াৰ বাবে আমি সকলোৱে একেলগে আগবাঢ়ি যাব বুলি মন্তব্য কৰে।

আনহাতে, ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনসাধাৰণক ধন্যাবাদ জ্ঞাপন কৰি পৱন সিং ঘাটোৱাৰৰ লগত প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈয়ে তেওঁ জয়ী হ’ব বুলি কয়।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে নতুন বেংক একাউণ্টৰ নথি-পত্ৰ জমা নিদিয়াৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে। ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ দাখিল নকৰাকৈ উভতি যাব লগা হয় ঘাটোৱাৰ।

Recent News

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd