• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল, বিজেপিৰ ভিতৰুৱা ‘মিত্ৰ’ ঘোষণা আমছুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 22, 2019 9:46 pm
Loksabha election: BJP-AIUDF join hands under AGP's mediatorship, alleges Congress
699
VIEWS
Share on FacebookShare on Twitter

সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাজনীতিলৈ অত্যন্ত তাৎপৰ্য্যপূৰ্ণ বাৰ্তা কঢ়িয়াই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই শুকুৰবাৰে সংখ্যালঘু-নিৰ্ভৰ এ আই ইউ দি এফক “সাম্প্ৰদায়িক”ৰূপে অভিহিত কৰি ৰাইজক দলটো বৰ্জনৰ আহ্বান জনাইছে।

শাসকীয় বিজেপি আৰু এ আই ইউ দি এফৰ “ভিতৰি মিত্ৰতা” থকা বুলিও ঘোষণা কৰিছে অসমৰ সংখ্যালঘু মুছলমানৰ মাজত বিশেষ প্ৰভাৱ থকা সংগঠনটোৰ প্ৰধান নেতা আজিজুৰ ৰহমানে।

দুয়োটা দলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি সংগঠনটোৰ উপদেষ্টা ৰহমানে কয় সংখ্যালঘুৰ ভোট বিভাজনৰ বাবে গেৰুৱা দলটোৱে এ আই ইউ দি এফক ব্যৱহাৰ কৰি আহিছে।

“সংখ্যালঘু-অধ্যুষিত অঞ্চলত এ আই ইউ ডি এফক বিজেপিয়ে মেৰু বিভাজন কৰিবৰ বাবে ব্যৱহাৰ কৰিছে। হিন্দু এলেকাত মেৰু বিভাজন বিজেপিয়ে নিজেই কৰিছে। বাহিৰৰ পৰা ‘তেল আৰু পানী’ৰ দৰে সম্পৰ্ক দেখুৱাই দুয়োটা দলে ভিতৰি মিতিৰালি চলাই আছে,” ৰহমানৰ মন্তব্য।

নিৰ্বাচনত দুয়োটা দলকে বৰ্জনৰ আহ্বান জনাই সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ নেতাজনে লগতে কয় যে ২০০৫ চনত এ আই ইউ ডি এফৰ আৱিৰ্ভাব হোৱাৰে পৰা অসমত বিজেপিয়ে শক্তি লাভ কৰিলে।

“বিজেপি আৰু এ আই ইউ ডিএফ দুয়োটাই সাম্প্ৰদায়িক ৰাজনীতি কৰে। হিন্দুত্বৰ নামত বিজেপি, মুছলমানৰ নামত এ আই ইউ ডি এফ। অসমখন শংকৰদেৱ আৰু আজান ফকীৰৰ মিলনভূমি। জন্মৰে পৰা দেখি আহিছো হিন্দু-মুছলমান সকলোৱে কান্ধত-কান্ধ মিলাই সমাজখনক আগুৱাই নি আছে। সুস্থিৰ এখন অসমীয়া সমাজ গঢ়িবলৈ হ’লে দুয়োটা সাম্প্ৰদায়িক শক্তিকে নিৰ্বাচনত প্ৰতিহত কৰিব লাগিব,” ৰহমানৰ মত।

কংগ্ৰেছেও ইয়াৰ পূৰ্বে বিভিন্ন সময়ত একেই অভিযোগ কৰি আহিছিল।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা অসমৰ ৭০টা জাতীয়-জনগোষ্ঠীয়-সংখ্যালঘু সংগঠনেও শুকুৰবাৰে বিজেপি মিত্ৰজোঁট আৰু এ আই ইউ দি এফক বৰ্জনৰ আহ্বান জনাইছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd