• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ : তেজপুৰত প্ৰাৰ্থী মন্ত্ৰী পল্লৱ লোচন দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2019 6:50 am
Pallab-Lochan-Das-330x200

সাংসদ পল্লৱ লোচন দাস। ফাইল ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে শুকুৰবাৰে নিশা লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। তৃতীয়খন প্ৰাৰ্থী তালিকাত মুঠতে ৩৬ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকাত অসমৰ বহু চৰ্চিত হৈ পৰা তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হৈছে। তেজপুৰত বিজেপিৰ প্ৰাৰ্থী হ’ব মন্ত্ৰী পল্লৱ লোচন দাস।

4435c152-b8ab-4c87-966b-f8d2d02a5f33
বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত দলৰ শীৰ্ষ নেতাসকলৰ বৈঠকৰ পাছতে দলটোৱে ইয়াৰ তৃতীয়খন তালিকা প্ৰকাশ কৰে।

বিজেপিৰ সদ্য ঘোষিত প্ৰাৰ্থী পল্লৱ লোচন দাস ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ (স্বতন্ত্ৰ দায়িত্ব), চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ দায়িত্ব) আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখযোগ্য যে তেজপুৰত বিজেপিৰ প্ৰাৰ্থিত্বক লৈ শেহতীয়াভাৱে সৃষ্টি হোৱা জটিলতাৰ পাছত দলটোৱে পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰি সকলো জল্পনা-কল্পনাৰ অন্ত পেলালে।

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই অলপতে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। তদুপৰি, সমষ্টিটোত ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্বৰ শৰ্মাৰ নামো প্ৰাৰ্থী হিচাপে বহুলভাৱে চৰ্চিত হৈছিল।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd