• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ মাৰ্চত ভিডিঅ’ কনফাৰেন্স কৰি মোদীয়ে অসমৰ ১৪টা স্থানৰ ভোটাৰৰ সৈতে মত বিনিময় কৰিব

“শালীনতা বজাই ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ভাল”, পল্লৱলোচনৰ 'বুঢ়া গৰু' প্ৰসংগত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2019 4:47 pm
Siddhartha Bhhatta

অসম বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেলত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেলত আজি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয় যে ‘চকীদাৰ চোৰ’ কংগ্ৰেছে চলোৱা এটা অপপ্ৰচাৰ।

“নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপেহে নৰেন্দ্ৰ মোদীয়ে নিজকে প্ৰধান সেৱক বুলি ধৰি লৈ চকীদাৰ শব্দটো ব্যৱহাৰ কৰিছিল। কিন্তু তাকে লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে”, শিক্ষা মন্ত্ৰীজনে কয়।

Apply Now

টুইটাৰত মে’ ভি চকীদাৰ প্ৰচাৰ অভিযান বৰ্তমান এক জন আন্দোলনত পৰিণত হৈছে বুলি দাবী কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰীজনে জানিবলৈ দিয়া মতে, ৩১ মাৰ্চৰ দিনা প্ৰধান মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ৫০০টা স্থানত বিভিন্ন ব্যক্তিৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰিব। বিভিন্ন ৰাজ্যৰ বিজেপিৰ নেতৃত্ব, প্ৰথম ভোটদান কৰা যুৱ ভোটাৰ, কৃষক, চিকিৎসক, কাৰ্য্যালয় কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব। অসমৰো ১৪টা স্থানত হ’ব ভিডিঅ’ কনফাৰেন্স।

এই ভিডিঅ’ কনফাৰেন্সৰ সময়ত কৰিমগঞ্জত থাকিব পৰিমল শুক্লবদ্য, নগাঁৱত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, যোৰহাটত হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিফুত মন্ত্ৰী পীযুষ হাজৰিকা, কোকৰাঝাৰ চন্দ্রমোহন পাটোৱাৰী, তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্ত, ডিব্ৰুগড় ৰমেন ডেকা আৰু লখিমপুৰত নৱ কুমাৰ দলে উপস্থিত থাকিব।

আনহাতে, মন্ত্ৰী পল্লব লোচন দাসে ভানুক বুঢ়া গৰু আখ্যা দিয়া প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভট্টই কয়, “আমি সকলোৱে বিচাৰো শালীনতা বজাই ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ভাল। ৰাজনৈতিকভাৱে আন্দোলন হোৱাটো বিচাৰো। ব্যক্তিগত স্তৰলৈ তৰ্কবোৰ যাব নালাগে।”

মন্ত্ৰীজনে অসমৰ ৰাইজে এইবাৰ বিজেপিক বিপুল ভোটত জয়ী কৰিব বুলিও দাবী কৰে। সৰ্বানন্দ সোণোৱালৰ উন্নয়নমুখী কাম-কাজত জনসাধাৰণ আকৰ্ষিত হৈছে বুলি দাবী ভট্টৰ।

লক্ষণীয়ভাৱে প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো ১২ দিন থকাৰ পাছতো আজি পর্যন্ত প্ৰকাশ পোৱা নাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। এই সম্পৰ্কত ভট্টাচাৰ্যই কয় “প্ৰেছত চপাবৰ বাবে পঠোৱা হৈছে ইস্তাহাৰ। দুই এদিনত প্ৰকাশ পাব ইস্তাহাৰ।

তদুপৰি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক শুভেচ্ছা জনাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় “তেওঁ মোৰ লগতো নিৰ্বাচন খেলিছিল। তেওঁ অসমৰ ৰাইজৰ পৰা কি সঁহাৰি পালে সকলোৱে দেখিলে।”

গুৱাহাটী লোকসভা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বিজেপিৰ কুইন ওজা। এই দাবী মন্ত্ৰী ভট্টাচাৰ্যৰ।

ইপিনে কংগ্ৰেছ আৰু এ আই য়ু ডি এফে কিমান আসন পাব সেয়া স্পষ্ট কৰিছে কিন্তু মন্ত্ৰী জনে সৰহ সংখ্যক আসন বিজেপিয়ে লাভ কৰিব বুলি কোৱাত সাংবাদিকে কিমানখন আসন পাব বুলি প্ৰশ্ন কৰে। উত্তৰত শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই কয় “মই অংকত বেয়া। হিচাপ ইমান ভালকৈ নাজানো।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd