• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : যোৰহাট লোকসভা সমষ্টি

ভোটাৰৰ সংখ্যাৰ দিশত ৰাজ্যত দশম স্থানত আছে যোৰহাট সমষ্টি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2019 6:26 pm
Jorhat-LSConstituencyNew
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২ নং যোৰহাট লোকসভা সমষ্টি উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এটা অসংৰক্ষিত সমষ্টি। ভোটাৰৰ সংখ্যাৰ দিশৰ পৰা অসমৰ ১৪টা সমষ্টিৰ ভিতৰত এই সমষ্টিটো দ্বাদশ স্থানত আছে।

  • মুঠ ভোটাৰৰ সংখ্যা ১৩,৪৩,৮৭২জন
  • পুৰুষ ভোটাৰ : ৬,৮২,৩৪৮জন
  • মহিলা ভোটাৰ : ৬,৬১,৫১৭গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ: ৭গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে ২১৭৪টা

Apply Now

১৯৫১ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ দেৱেশ্বৰ শৰ্মা সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে। সাংসদ কামাখ্যা প্ৰসাদ তাছা। তাছা ২০১৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

যোৰহাট সমষ্টিত বিধানসভাৰ ১০টা সমষ্টি অন্তৰ্গত। সেইকেইটা ক্ৰমে-

১। যোৰহাট (বিজেপিৰ দখলত, বিধায়ক হিতেন গোস্বামী)

২। তিতাবৰ (কংগ্ৰেছৰ দখলত, বিধায়ক তৰুণ গগৈ)

৩। মৰিয়নি (কংগ্ৰেছৰ দখলত, বিধায়ক ৰূপজ্যোতি কুৰ্মী)

৪। টীয়ক (অগপৰ দখলত, বিধায়ক ৰেণুপমা ৰাজখোৱা)

৫। আমগুৰি (অগপৰ দখলত, বিধায়ক প্ৰদীপ হাজৰিকা)

৬। নাজিৰা (কংগ্ৰেছৰ দখলত, বিধায়ক দেৱব্ৰত শইকীয়া)

৭। মাহমৰা (বিজেপিৰ দখলত, বিধায়ক যোগেন মহন)

৮। সোণাৰি (বিজেপিৰ দখলত, বিধায়ক তপন কুমাৰ গগৈ)

৯। শিৱসাগৰ (কংগ্ৰেছৰ দখলত, বিধায়ক প্ৰণৱ গগৈ)

১০। থাওৰা (বিজেপিৰ দখলত, বিধায়ক কুশল দুৱৰী)

১৯৮৪ আৰু ২০১৪ চনৰ নিৰ্বাচনৰ বাদে আটাইকেইটা নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল।

১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ পৰা পৰাগ চলিহা অগপ দলৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৯১ চনত তেওঁৰ পৰা কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈয়ে সমষ্টিটো দখল কৰে। তাৰ পিছতো সন্দিকৈ একেৰাহে আন পাঁচবাৰ দখল কৰে। কিন্তু ২০১৪ চনত সমষ্টিটো বিজেপিৰ দখললৈ যায়। কামাখ্যা প্ৰসাদ তাছা জয়ী হয় সন্দিকৈক হৰুৱাই। তাছাই ৪,৫৬,৪২০টা ভোট পায় আৰু দ্বিতীয় স্থানত থকা সন্দিকৈক প্ৰায় ১ লাখ ভোটত পিছত ৰাখে।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ৮জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে (নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ তথ্য)। তেওঁলোক হ’ল ক্ৰমে- চি পি আইৰ কনক গগৈ, কংগ্ৰেছৰ সুশান্ত বৰগোহাঁই, বিজেপিৰ তপন গগৈ,  এন পি পি কমলা ৰাজকোঁৱৰ, তৃণমূল কংগ্ৰেছৰ ৰিবুলয়া গগৈ, অল ইণ্ডিয়া ফ’ৰৱাৰ্ড ব্লকৰ ৰাজকুমাৰ দুৱৰা, নিৰ্দলীয় অৰবিন্দ কুমাৰ বৰুৱা আৰু নিৰ্দলীয় নন্দিতা নাগ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd