• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উত্তৰ-পূবৰ ৰাজ্যক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা, নাগৰিকত্ব বিধেয়ক বাতিলৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2019 2:39 pm
4d7b6226-8d1e-4968-8fea-a33ee7264d39

নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আজি প্ৰকাশ কৰা হয় দলটোৰ নিৰ্বাচনী ইস্তাহাৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছ দলে প্ৰকাশ কৰা ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি ঘোষণা কৰিছে। নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আজি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতি দলৰ নিৰ্বাচনী ইস্তাহাৰখন প্ৰকাশ কৰা হয়।

আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ কংগ্ৰেছ দল ক্ষমতালৈ আহিলে উত্তৰ-পূবৰ ৰাজ্যসমূহক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা প্ৰতিশ্ৰুতি দিয়া হৈছে।

Apply Now

সেইদৰে কংগ্ৰেছে ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণ ৰূপে বাতিল কৰাৰো প্ৰতিশ্ৰুতি দিছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কাৰণে বিশেষ উদ্যোগ নীতি গ্ৰহণ কৰাৰ কথাও কংগ্ৰেছে ইস্তাহাৰত প্ৰকাশ কৰিছে।

আনহাতে,ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যাতে কোনো ভাৰতীয় লোকৰ নাম বাদ নপৰে সেই কথা সুনিশ্চিত কৰা হ’ব বুলি কংগ্ৰেছে ইয়াৰ ইস্তাহাৰত প্ৰকাশ কৰিছে।

তদুপৰি, ইস্তাহাৰত কংগ্ৰেছে ঘোষণা কৰিছে যে অবৈধ প্ৰৱজনকাৰীৰ সমস্যা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনসাধাৰণৰ সৈতে আলোচনা কৰি সমাধান কৰা হ’ব। এই সন্দৰ্ভত প্ৰয়োজন হ’লে বাংলাদেশ আৰু ম্যানমাৰ সৈতে দ্বিপাক্ষিক আলোচনাও কৰা হ’ব।

উত্তৰ-পূবৰে লাগি থকা আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা শক্তিশালী কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে চুবুৰীয়া দেশৰে কথা পাতি সীমা বিবাদৰ সমস্যা সমাধান কৰাৰ চেষ্টা চলোৱা হ’ব বুলি ঘোষণা কৰা হৈছে।

ইস্তাহাৰত উত্তৰ-পূব পৰিষদক শক্তিশালী কৰা হ’ব বুলি ঘোষণা কৰি লগতে উত্তৰ- পূবৰ ৰাজ্যৰ চুবুৰীয়া দেশৰে সীমান্ত বাণিজ্য বৃদ্ধি কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।

কংগ্ৰেছে ক্ষমতালৈ আহিলে ৰে’ল, টেলি কমিউনিকেশ্যন, যোগাযোগ, পৰ্যটন, স্বাস্থ্য, শিক্ষা খণ্ডত অধিক ধন আৱন্টন দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।

ইস্তাহাৰত কংগ্ৰেছে জৈৱিক কৃষিক প্ৰাধান্য দিয়া হ’ব বুলি প্ৰকাশ কৰি ব্ৰহ্মপুত্ৰৰ খনন কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে বান গৰাখহনীয়াৰ সমস্যা অত্যাধুনিক বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে।

আনহাতে, স্বায়ত্বশাসিত জিলা কেইখনক অধিক অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।

তদুপৰি, কংগ্ৰেছে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছে যে চাহ শ্ৰমিকৰ মজুৰি সুনিশ্চিত কৰা হ’ব আৰু তেওঁলোকে দ্বিপাক্ষিক চুক্তি অনুসৰি যাতে সকলো সুবিধা লাভ কৰে সেয়া সুনিশ্চিত কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd