• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত প্ৰবল ধুমুহা-বৰষুণ : ক্ষতিগ্ৰস্ত পৰিয়ালে আশ্ৰয় লৈ আছে বিদ্যালয়ত

পিনাকী দাস by পিনাকী দাস
April 3, 2019 7:26 am
storm-tripura-

ফটো : নৰ্থ-ইষ্ট নাও

133
VIEWS
Share on FacebookShare on Twitter

ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত ত্ৰিপুৰাৰ খোৱাই জিলাৰ এশৰো অধিক জনজাতীয় পৰিয়ালৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি হোৱাৰ ফলত যোৱা দুদিন ধৰি উক্ত পৰিয়ালসমূহ চৰকাৰী বিদ্যালয়ৰ বাসগৃহত আশ্ৰয় লৈ  থাকিব লগীয়া হৈছে।

জানিব পৰা মতে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহে দুখাই জামাদাৰ পাৰা বেচিক স্কুল আৰু হৰিৰাম চৰ্দাৰ পাৰা ছিনিয়ৰ বেচিক স্কুলত আশ্ৰয় লৈ আছে। ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে তেলিয়ামুৰা মহকুমাৰ অধীনৰ কেইখনমান এ ডি চি গাঁও।

যোৱা কেইবাদিন ধৰি উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাত হোৱা অস্বাভাৱিক বৰষুণ আৰু সময়ে সময়ে অহা বতাহ-ধুমুহাৰ ফলত উক্ত অঞ্চলৰ অধিকাংশ পৰিয়ালৰে ঘৰ-দুৱাৰ ভাঙি যোৱাত সেই পৰিয়ালসমূহ এতিয়া আশ্ৰয় লৈ থাকিব লগীয়া হৈছে বিদ্যালয়ত।

আনহাতে ধুমুহাৰ ফলত খোৱা পানীৰ লগতে বিভিন্ন ঠাইত বৈদ্যুৎতিক সংযোগো বিচ্ছিন্ন হৈ পৰা পৰিলক্ষিত হৈছে।

বতাহ-ধুমুহাৰ ফলত গৃহহীন হৈ পৰা পৰিয়াল সমূহৰ খবৰ ল’বলৈ মঙলবাৰে উক্ত অঞ্চলত উপস্থিত হয় মুখ্য সচিব কুমাৰ আলোক। মুখ্য সচিবগৰাকীয়ে চৰকাৰৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সহায়-সহযোগিতা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

জিলা প্ৰশাসনৰ তৰফৰ পৰাও উক্ত পৰিয়ালসমূহক খাদ্য, খোৱাপানী, স্বাস্থ্য পৰীক্ষাৰ লগতে লাগতিয়াল ঔষধ আদিৰ যোগান ধৰা বুলি জানিব পৰা গৈছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd