• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেত্ৰী চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ‘বৰপেটা বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2019 6:04 pm
Setona Das

ইণ্টাৰন্টৰ পৰা সংগৃহীত চেতনা দাসৰ আলোকচিত্ৰ।

879
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চলচিত্ৰ জগতত নিজস্ব অভিনয় শৈলীৰে দৰ্শকৰ চিৰপৰিচিত অভিনেত্ৰী চেতনা দাসক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’ৰ বাবে নিৰ্বাচিত কৰিছে। অসমীয়া নতুন বছৰৰ পহিলা ব’হাগত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আনুষ্ঠানিক ভাবে অভিনেত্ৰীগৰাকীক বঁটা প্ৰদান কৰিব।

প্ৰতিবছৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ সাহিত্য, সংস্কৃতি, ৰাজনীতি, বিজ্ঞান, সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়াই অহা ব্যক্তিসকলক পহিলা বহাগত সন্মান স্বৰূপে বৰপেটা বঁটা প্ৰদান কৰি আহিছে।

উল্লেখযোগ্য যে, ১৯৫৪ চনৰ ৪ নৱেম্বৰত তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙত জন্মলাভ কৰা চেতনা দাসে জ্যোতি প্ৰসাদ আগৰৱালাৰ ৰচিত শোণিত কুৱৰী নামৰ নাটকখনৰ যোগেৰে অভিনয় জীৱনৰ পাতনি মেলিছিল। শোণিতপুৰৰ দৰং মহাবিদ্যালয়ত অধ্যায়ন কৰা দাসে পাছলৈ অভিনয় জগততে আত্মনিয়োগ কৰে।

মূলত হাস্যধৰ্মী চৰিত্ৰত অভিনয় কৰি অসমীয়া ৰাইজৰ হৃদয়ত স্থান পোৱা অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য চলচিত্ৰ হ’ল- বণৰীয়া ফুল, অভিযান, কল্লোল, অগ্নিস্নান, পাপৰি, কোলাহ’ল, ফিৰিঙতি, অদাহ্য, হিয়া দিয়া নিয়া ইত্যাদি।

চেতনা দাসে অভিনয় জীৱনত বিশিষ্ট চলচিত্ৰ পৰিচালক ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ লগতো একেলগে কাম কৰিছে।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd